• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 11, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

Nation NE by Nation NE
August 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…
Share on FacebookShare on TwitterWhatsApp

ক’ৰোনাৰ নমুনা সংগ্ৰহৰ বাবে গ্ৰহণ কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কয় যে সমগ্ৰ দেশতে পৰীক্ষাৰ বাবে লোৱা নমুনা সংগ্ৰহ কৰি লেবলৈ প্ৰেৰণ কৰাৰ বাবে শীঘ্ৰে নতুন নিয়ম প্ৰণয়ন কৰা হৈছে। এই নিয়মসমূহ ইতিমধ্যে অনুমোদন কৰা হৈছে আৰু অহা তিনিমাহৰ ভিতৰত এই নিয়মসমূহ অৱগত কৰা হ’ব।

এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অনিশ দয়ালৰ বিচাৰপীঠত প্ৰতিবেদন দাখিল কৰে। স্বাস্থ্য মন্ত্ৰালয়ে আদালতক দিয়া প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ বাবে ৪খন ভিন্ন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহে বহু বিবেচনাৰ অন্তত নিয়মৰ খচৰা প্ৰস্তুত কৰিছিল, যিটো পৰৱৰ্তী সময়ত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানে অনুমোদন জনাইছিল।

কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে, এতিয়া এই নিয়মসমূহ জনসাধাৰণৰ বাবে ৱেবছাইটত ৰখা হ’ব যাতে কোনোবাই যদি পৰামৰ্শ দিব বিচাৰে তেন্তে দিব পাৰে। নেচনেল কাউন্সিল ফৰ ক্লিনিকেল এক্সেলেন্সৰ পৰা অনুমোদন লাভ কৰাৰ পিছত এই নিয়মটো বৰ্তমান আইনী বিভাগত চোৱাচিতা কৰা হৈছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতীয় ৰাজপত্ৰত প্ৰকাশ কৰি সেইবোৰ কাৰ্যকৰী কৰা হ’ব।

ড০ ৰোহিত জৈনে দিল্লী উচ্চ ন্যায়ালয়ত অৱমাননা আৱেদন দাখিল কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনত কোৱা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ ২৭ জানুৱাৰী তাৰিখৰ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰা নাই।লগতে প্ৰশাসনে ক’ৰোনাৰ নমুনা সংগ্ৰহ আৰু লোৱাৰ নূন্যতম মাপকাঠী প্ৰস্তুত কৰা নাছিল। অৱশ্যে অৱমাননা আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল।

Tags: #DelhiCoronavirusHigh Court

Related Posts

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 11, 2026

শীৰ্ষ সংবাদ

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025