• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কৰ্কট ৰোগীৰ বাবে ‘সঞ্জীৱনী’ স্বৰূপ এইবাৰৰ বাজেট

      Nation NE by Nation NE
      July 24, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কৰ্কট ৰোগীৰ বাবে ‘সঞ্জীৱনী’ স্বৰূপ এইবাৰৰ বাজেট
      Share on FacebookShare on TwitterWhatsApp

      মঙলবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। এই বাজেটত, কেন্দ্ৰই কৰ্কট ৰোগৰ ৩বিধ ঔষধৰ ওপৰত আমদানি শুল্ক আঁতৰ কৰাৰ কথা ঘোষণা কৰিছে।

      বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ঔষধৰ ওপৰত থকা এই আমদানি শুল্কৰ ৰেহাই দিয়াৰ বাবে ৰোগীসকলে কৰ্কট ৰোগৰ সহজ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব।

      তিনিবিধ কৰ্কট ৰোগৰ ঔষধ যাৰ ওপৰত শুল্ক ৰেহাই দিয়া হৈছে-

      প্ৰথম ঔষধবিধ হৈছে ট্ৰাষ্টুজুমাব ডেৰাক্সটেকেন। ই হৈছে এক এণ্টিবডী-ঔষধ, যাক এইচইআৰ ২-পজিটিভ স্তন কৰ্কটৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। যেতিয়া স্তনৰ কৰ্কট ৰোগ শৰীৰৰ আন অংশলৈ বিয়পি পৰে তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। গেষ্ট্ৰিক কৰ্কট ৰোগতো এই ঔষধবিধ ব্যৱহৃত হয়।

      দ্বিতীয়বিধ ঔষধ হৈছে অচিমাৰ্টিনিব। ই হাঁওফাঁওৰ কৰ্কট ৰোগ (এনএছচিএলচি)ৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয়।

      তৃতীয় ঔষধবিধৰ নাম হৈছে দুৰাভালুমাব। ই হৈছে এক ইমিউনোথেৰাপী ঔষধ যি পিডি-এল ১ প্ৰ’টিন প্ৰতিৰোধ কৰি কাম কৰে, যিয়ে কৰ্কট কোষবোৰ আক্ৰমণ কৰি ৰোগ প্ৰতিৰোধী কোষ বৃদ্ধি হোৱাত সহায় কৰে।

      কিমান হ’ব এই ঔষধসমূহৰ মূল্য?

      ট্ৰাষ্টুজুমাব ডেৰাক্সটেকান ঔষধবিধ এষ্ট্ৰজেনেকাৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াক আমেৰিকাৰ পৰা আমদানি কৰা হয়। ইয়াৰ মূল্য প্ৰায় ২ ৰ পৰা ৩ লাখ টকা হ্ৰাস পায়। একে সময়তে, অচিমাৰ্টিনিবৰ মূল্য ১ৰ পৰা ১.৫ লাখ টকাৰ ভিতৰত হয়। আকৌ দুৰাভালুমাবৰ বজাৰ মূল্য ১ লাখৰ পৰা ১.৫ লাখ টকাৰ ভিতৰত হয়। অনলাইন কেমিষ্টসকলৰ মতে, ব্ৰেণ্ড নাম অনুসৰি এই তিনিটা ঔষধৰ মূল্য কম বেছি হ’ব পাৰে।

      ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চিকিৎসা অংক’লজীৰ অধ্যক্ষ ডাঃ শ্যাম আগৰৱালে কৈছে যে বিদেশৰ পৰা আহৰণ কৰা ঔষধবোৰৰ মূল্য অতি উচ্চ। আমদানি শুল্ক আঁতৰ হলে ইয়াৰ বজাৰমূল্য কিছুপৰিমাণে হ’লেও হ্ৰাস পাব। যিয়ে ৰোগীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব।

      চিকে বিৰলা চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ অংক’লজী বিভাগৰ সঞ্চালক ডাঃ মনদীপ সিং মালহোত্ৰাই কয় যে আমদানি শুল্কত ৰেহাই কৰাৰ বাবে এই ঔষধবোৰৰ মূল্য ১০ ৰ পৰা ২০ শতাংশ হ্ৰাস হ’ব পাৰে। উদাহৰণ স্বৰূপে, যদি এজন ব্যক্তিয়ে ট্ৰাষ্টুজুমাব ডেৰাক্সেকেনৰ পালি ২ লাখ টকাত ক্ৰয় কৰি আছিল, তেন্তে শুল্ক আঁতৰ হোৱাৰ পাছত, ইয়াৰ মূল্য ১ লাখ ৬০ হাজাৰ টকালৈকে হ্ৰাস হ’ব পাৰে।

      ঠিক একেধৰণে অন্যান্য ঔষধসমূহৰো মূল্যও হ্ৰাস হ’ব, অৱশ্যে ব্যয়ৰ সঠিক হ্ৰাস প্ৰচলিত আমদানি শুল্ক হাৰ আৰু অন্যান্য সম্পৰ্কিত ব্যয় যেনে আমদানি কৰৰ ওপৰতো নিৰ্ভৰ কৰিব। কিন্তু আমদানি শুল্ক আঁতৰ হোৱাৰ পাছত, কৰ্কট ৰোগীৰ ওপৰত থকা বিত্তীয় বোজা কিছুপৰিমাণে হ’লেও হ্ৰাস পাব। যাৰ বাবে পূৰ্বৰ তুলনাত অধিক লোকে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব।

      স্বাস্থ্য নীতি বিশেষজ্ঞ আৰু কৰ্কট শল্য চিকিৎসক ডাঃ অংশুমান কুমাৰে কয় যে বহুতো চিকিৎসকে এই ঔষধবোৰ স্তন আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ চিকিৎসাত অধিক ব্যৱহাৰ কৰা হয়। বিগত বৰ্ষবোৰত, ভাৰতত এই ঔষধবোৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। ডাঃ অংশুমানে কয় যে ঔষধৰ ক্ষেত্ৰত ভাৰত স্বাৱলম্বী হ’ব লাগিব। বিদেশী কোম্পানীৰ পৰিৱৰ্তে, ভাৰতীয় কোম্পানীবোৰে ঔষধ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। যিয়ে সাধাৰণ জনতাক যথেষ্টখিনি উপকৃত কৰিব।

      সেয়েহে স্বাস্থ্য খণ্ডত বাজেট বৃদ্ধি কৰাৰ প্ৰয়োজন অধিক। ইয়াৰ বাবে ঔষধৰ গৱেষণা আৰু বিকাশৰ বাবে বাজেট আৱণ্টন বৃদ্ধি কৰিব লাগিব। ই দেশত বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰাৰ পথ প্ৰশস্ত কৰিব। লগতে ৰোগীসকলকো যথেষ্ট উপকৃত কৰিব। কিয়নো ভাৰতত তৈয়াৰ কৰা এই ঔষধবোৰ বিদেশী ঔষধতকৈ বহুখিনি সহজলভ্য হ’ব।

      Tags: budget 2024-25finance ministerNirmala Sitharaman

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist