• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই

Nation NE by Nation NE
August 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই
Share on FacebookShare on TwitterWhatsApp

তিনি বছৰৰো অধিক সময় ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। এই যুদ্ধ অন্ত পৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ অধিক তীব্ৰতৰ হোৱাহে পৰিলক্ষিত হৈছে। শেষ নোহোৱা এই যুদ্ধখনৰ পৰা এইবাৰ আহিছে এক ডাঙৰ খবৰ।

যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ এটা মন্তব্যই বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধত ৰাছিয়াৰ হৈ পাকিস্তানী সেনাই যুঁজ দিয়া বুলি ডাঙৰ দাবী কৰিছে জেলেনস্কিয়ে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে উল্লেখ কৰিছে, ‘ৰাছিয়াৰ হৈ চীন, তাজিকিস্তান, উজবেকিস্তান, পাকিস্তান আৰু আফ্ৰিকান দেশৰ ভাড়াতীয়া সৈন্যই যুদ্ধত অংশগ্ৰহণ কৰা বুলি আমাৰ সেনাই উল্লেখ কৰিছে। আমি ইয়াৰ সঁহাৰি দিম।’

উল্লেখ্য যে, জেলেনস্কিয়ে কৰা এনেধৰণ দাবী এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত ইউক্ৰেইনে ৰাছিয়াৰ হৈ যুঁজ দিয়া চীনৰ দুজন নাগৰিকক ধৰিছে বুলি দাবী কৰিছিল। জেলেনস্কিয়ে কৈছিল যে বন্দী চীনৰ নাগৰিকসকল তেওঁলোকৰ জিম্মাত আছে।

Tags: Russia-Ukraine WarRussian ArmyUkraineVolodymyr Zelenskyy

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025