• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই

Nation NE by Nation NE
August 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই
Share on FacebookShare on TwitterWhatsApp

তিনি বছৰৰো অধিক সময় ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। এই যুদ্ধ অন্ত পৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ অধিক তীব্ৰতৰ হোৱাহে পৰিলক্ষিত হৈছে। শেষ নোহোৱা এই যুদ্ধখনৰ পৰা এইবাৰ আহিছে এক ডাঙৰ খবৰ।

যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ এটা মন্তব্যই বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধত ৰাছিয়াৰ হৈ পাকিস্তানী সেনাই যুঁজ দিয়া বুলি ডাঙৰ দাবী কৰিছে জেলেনস্কিয়ে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে উল্লেখ কৰিছে, ‘ৰাছিয়াৰ হৈ চীন, তাজিকিস্তান, উজবেকিস্তান, পাকিস্তান আৰু আফ্ৰিকান দেশৰ ভাড়াতীয়া সৈন্যই যুদ্ধত অংশগ্ৰহণ কৰা বুলি আমাৰ সেনাই উল্লেখ কৰিছে। আমি ইয়াৰ সঁহাৰি দিম।’

উল্লেখ্য যে, জেলেনস্কিয়ে কৰা এনেধৰণ দাবী এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত ইউক্ৰেইনে ৰাছিয়াৰ হৈ যুঁজ দিয়া চীনৰ দুজন নাগৰিকক ধৰিছে বুলি দাবী কৰিছিল। জেলেনস্কিয়ে কৈছিল যে বন্দী চীনৰ নাগৰিকসকল তেওঁলোকৰ জিম্মাত আছে।

Tags: Russia-Ukraine WarRussian ArmyUkraineVolodymyr Zelenskyy

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025