• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী ৰঞ্জিত দাসৰ; ক্ষুণ্ণ আছু

Nation NE by Nation NE
August 7, 2025
in BIG BREAKING, Top News, অসম
0 0
হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী ৰঞ্জিত দাসৰ; ক্ষুণ্ণ আছু
Share on FacebookShare on TwitterWhatsApp

অবৈধ দখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ সমান্তৰালকৈ উজনি অসমৰ পৰা মিঞা খেদা অভিযানে সংবাদ মাধ্যমক ব্যস্ত কৰি ৰখাৰ সময়তে ডি ভোটাৰ সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ।

বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিখন জিলাৰ শীৰ্ষ বিষয়াসকলক ৰাজ্য চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে এতিয়াৰে পৰা অবৈধভাৱে বাস কৰি থকা হিন্দুসকলে কা’ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰো বাট প্ৰশস্ত হৈ পৰিব।

মুছলমান বিদেশীক বাদ দি হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, জৈন আদি ধৰ্মৰ লোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে।

ৰঞ্জিত দাসৰ আদৰণি আৰু চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ সংগঠনটোৱে অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰা এই সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনাইছে।

ছাত্ৰ সংগঠনটোৱে অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰা এই নিৰ্দেশনাৰ প্ৰতিলিপি শুকুৰবাৰ অৰ্থাত ৮ আগষ্টত ৰাজ্যজুৰি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। কাইলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত এই নিৰ্দেশৰ প্ৰতিলিপি দাহ কৰিব ছাত্ৰ সংগঠনটোৱে।

ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, ‘যিহেতু কা’খন অপকাৰী বাবে উত্তৰ-পূবৰ প্ৰায়বোৰ অঞ্চল আৰু অসমৰ ৮ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰিছে সেয়ে সমগ্ৰ অসমক কা’ৰ আওতাৰ পৰা বাহিৰত ৰাখক।

ছাত্ৰ সন্থাৰ সভাপতি উপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে যৌথভাৱে প্ৰদান কৰা বিজ্ঞপ্তিত কৈছে, ‘অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জাৰি কৰা নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ’ব। আকৌ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা এই নিৰ্দেশনা বাতিল হ’ব লাগিব। অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত অবৈধ বিদেশী মাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব।’

যৌথ বিবৃতিটোত লগতে কয়, ‘অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান সকলো বাংলাদেশী বহিষ্কাৰ হ’ব লাগিব। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়।’

অসমক উত্তৰ-পূবৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য বুলি অভিহিত কৰি ছাত্ৰ সংগঠনটোৱে আৰু কয়, ‘অসমৰ ৩৫খন জিলাৰ ২৭খন জিলাতেই কা’ প্ৰযোজ্য হৈ আছে। এই আইনখন অপকাৰী, খিলঞ্জীয়া বিৰোধী বাবে অসমৰ ৮খন জিলাকে ধৰি উত্তৰ-পূবৰ প্ৰায়বোৰ অঞ্চলৰ পৰা ৰেহাই দিয়া হৈছে। সেয়ে অসমখনকো সম্পূৰ্ণভাৱে কা’ৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিবই লাগিব। অসমৰ প্ৰতি চলি থকা এই অন্যায় আৰু অবিচাৰ বন্ধ হ’ব লাগিব।’

Tags: AASUAssam GovtD-Voter

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025