• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইবাৰ বিশ্বনাথত সাজু বুলড’জাৰ; কাইলৈ ৩০৭টা পৰিয়ালত চলিব উচ্ছেদ

Nation NE by Nation NE
August 16, 2025
in Top News, অসম
0 0
এইবাৰ বিশ্বনাথত সাজু বুলড’জাৰ; কাইলৈ ৩০৭টা পৰিয়ালত চলিব উচ্ছেদ
Share on FacebookShare on TwitterWhatsApp

নলবাৰী, ধুবুৰী, গোৱালপাৰা, গোলাঘাটৰ উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিব উচ্ছেদ অভিযান। দেওবাৰে বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত বসবাস কৰি থকা ৩০৭ টা পৰিয়ালৰ ঘৰত চলিব বৃহৎ উচ্ছেদ।

ইতিমধ্যে এই উচ্ছেদ চলোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। উচ্ছেদৰ বাবে জিলা প্ৰশাসনে শ-শ বুলড’জাৰ উচ্ছেদস্থলীৰ সমীপত সাজু কৰি ৰাখিছে।

ইফালে উচ্ছেদক লৈ প্ৰশাসনৰ তৎপৰতা দেখি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বেদখলকাৰীৰ মাজত। সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ দুখ বেদনা উল্লেখ কৰি একাংশ বেদখলকাৰীয়ে কয়, ‘কংগ্ৰেছৰ বাবেই আমি এতিয়া গৃহহীন। কংগ্ৰেছে মিছা মাতি ভোট লৈছিল আমাৰ পৰা। আমাৰ মাটি-বাৰী একো নাই, এতিয়া ক’ত যাম।’

এই পৰিস্থিতিৰ বাবে কংগ্ৰেছ দায়ী বুলি মন্তব্য কৰি দখলকাৰীয়ে সংবাদ মাধ্যমৰ আগত হুকহুকাই কন্দাও পৰিলক্ষিত হয়।

উল্লেখ্য যে, এই চৰকাৰী খাচ আৰু গো চৰনীয়া পথাৰ (ভি জি আৰ)কেৱল বিশ্বনাথ ৰাজহ চক্ৰতেই প্ৰায় ৪৪ হাজাৰ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত। অৱশ্যে ইয়াৰে একাংশই মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি স্বত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

Tags: BiswanathEviction Drive

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025