• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, August 17, 2025
31 °c
Guwahati
27 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

    এইবাৰ বিশ্বনাথত সাজু বুলড’জাৰ; কাইলৈ ৩০৭টা পৰিয়ালত চলিব উচ্ছেদ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

    স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      যুদ্ধ বিৰতিৰ বাবে সন্মত নহয় ৰাছিয়া, অধিক জটিল হ’ব পৰিস্থিতি : জেলেনস্কিয়ে

      Nation NE by Nation NE
      August 17, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      জেলেনস্কিৰ চাঞ্চল্যকৰ দাবী; ৰাছিয়াৰ হৈ যুঁজ দিছে এইকেইখন দেশৰ সেনাই
      Share on FacebookShare on TwitterWhatsApp

      ইউক্ৰেইনৰ সৈতে তিনি বছৰৰো অধিক সময় ধৰি চলি থকা যুদ্ধৰ অন্ত বিচৰা নাই ৰাছিয়াই। ভ্লাডিমিৰ পুটিন নেতৃত্বাধীন ৰাছিয়াই যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানিবলৈ অস্বীকাৰ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা আলোচনাৰ এদিন পিছতেই এই মন্তব্য কৰিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

      পুটিনৰ এই স্থিতিৰ বাবে তিনি বছৰৰো অধিক সময় ধৰি মস্কোৰ পৰা চলি থকা সংঘৰ্ষৰ অন্ত পেলোৱাৰ যি চেষ্টা সেয়া অধিক কঠিন হৈ পৰিছে বুলিও জেলেনস্কিয়ে মন্তব্য কৰে।

      শনিবাৰে গভীৰ নিশা জেলেনস্কিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয়, ‘আমি দেখিবলৈ পাইছো যে ৰাছিয়াই যুদ্ধবিৰতিৰ একাধিক আহ্বান নাকচ কৰিছে আৰু এতিয়াও গম পোৱা নাই যে কেতিয়া হত্যা বন্ধ কৰিব। ইয়াৰ ফলত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে।’

      তেওঁ লগতে লিখে, ‘যদি আক্ৰমণ ৰোধৰ বাবে সাধাৰণ আদেশ বলবৎ কৰাত অসুবিধা হয়, তেন্তে ৰাছিয়াই হয়তো দশক দশক ধৰি চুবুৰীয়া দেশৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বলবৎ কৰাৰ ইচ্ছাশক্তি গঢ়ি তুলিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব।’

      উল্লেখ্য যে, যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে শনিবাৰে আলাস্কাত মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। এই বৈঠকত কিবা সমাধান সূত্ৰ ওলাব বুলি বিশ্ববাসীয়ে আশা কৰিছিল যদিও কাৰ্যতঃ সেয়া হৈ নুঠিল।

      Tags: CeasefireVladimir PutinVolodymyr Zelenskyy

      Related Posts

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…
      Top News

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…

      August 17, 2025
      জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ; ৪ জন লোকৰ সৈতে শোকাৱহ ঘটনা

      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা
      Top News

      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

      August 17, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      August 17, 2025
      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত
      Top News

      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

      August 16, 2025
      প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাত ভয়ংকৰ জুই; এটা পৰিয়ালৰে ৪জন সদস্যসহ ৫জনৰ মৃত্যু

      শীৰ্ষ সংবাদ

      বাবৰ আজম-ৰিজৱানৰ টি-২০ কেৰিয়াৰ শেষ! এছিয়া কাপৰ দলত নাপালে স্থান…

      যুদ্ধ বিৰতিৰ বাবে সন্মত নহয় ৰাছিয়া, অধিক জটিল হ’ব পৰিস্থিতি : জেলেনস্কিয়ে

      জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ; ৪ জন লোকৰ সৈতে শোকাৱহ ঘটনা

      আমেৰিকাৰ পৰা নিজ জনমভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist