• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
29 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মৌনতা ভংগ যশপ্ৰিত বুমৰাহৰ, এছিয়া কাপ ২০২৫ত নিজৰ উপলব্ধতাৰ বিষয়ে বিচিচিআইলৈ ডাঙৰ আপডেট

      Nation NE by Nation NE
      August 18, 2025
      in Top News, ক্ৰীড়া
      0 0
      মৌনতা ভংগ যশপ্ৰিত বুমৰাহৰ, এছিয়া কাপ ২০২৫ত নিজৰ উপলব্ধতাৰ বিষয়ে বিচিচিআইলৈ ডাঙৰ আপডেট
      Share on FacebookShare on TwitterWhatsApp

      ১৯ আগষ্টত এছিয়া কাপ ২০২৫ৰ বাবে দল নিৰ্বাচনৰ বাবে অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে বহু খেলুৱৈৰ ভাগ্য নিৰ্ণয় হ’ব আৰু শেষত এই প্ৰতিযোগিতাত মাত্ৰ ১৫ গৰাকী খেলুৱৈয়েহে সুযোগ পাব।

      এই ১৫ গৰাকী খেলুৱৈয়ে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবেও মূল প্ৰতিদ্বন্দ্বী হ’ব।এই বৈঠকৰ ঠিক  পূৰ্বে ভাৰতৰ ১ নম্বৰ বেষ্ট বলাৰ জছপ্ৰীত বুমৰহে বিচিচিআইকে ধৰি নিৰ্বাচকসকলক তেওঁৰ উপলব্ধতাৰ এক আপডেট দিছে। ইংলেণ্ড ভ্ৰমণত শেষবাৰৰ বাবে একচনত দেখা গৈছিল যশপ্ৰিত বুমৰাহক য’ত তেওঁ কামৰ বোজাৰ বাবে মাত্ৰ তিনিখন টেষ্ট খেলিছিল।

      ইতিমধ্যে বুমৰাহ টুৰ্ণামেণ্ট খেলাৰ ইচ্ছাৰ বিষয়ে নিৰ্বাচকসকলক অৱগত কৰিছে। গতিকে দলত তেওঁৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত। এক সূত্ৰই জনোৱা অনুসৰি, বুমৰাহে এছিয়া কাপৰ নিৰ্বাচনৰ বাবে উপলব্ধ হ’ব বুলি নিৰ্বাচকসকলক জনাইছে। ১৯ আগষ্টত বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বিষয়ে আলোচনা হ’ব।

      যশপ্ৰিত বুমৰাহে শেষবাৰৰ বাবে ২০২৪ চনৰ জুন মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ খেলিছিল। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল আছিল, য’ত টীম ইণ্ডিয়াই আফ্ৰিকান দলটোক ঘনিষ্ঠ মেচত পৰাস্ত কৰিছিল। তেতিয়াৰ পৰা বুমৰাহে টি-২০ আইৰ এখনো মেচ খেলা নাই, এতিয়া এছিয়া কাপত তেওঁক পোনপটীয়াকৈ একচনত নমা দেখা পোৱা গৈছে।

      অহা ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে এছিয়া কাপৰ প্ৰথমখন মেচ খেলিব ভাৰতে। ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে হাই ভল্টেজৰ মেচ অনুষ্ঠিত হ’ব, এই মেচখন টিম ইণ্ডিয়াই খেলিব নে নেখেলে সেয়া সময় আহিলেহে গম পোৱা যাব। ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে অন্তিমখন খেল খেলি ভাৰতে গ্ৰুপ পৰ্যায়ৰ অন্ত পেলাব। উল্লেখ্য যে, ভাৰত, সংযুক্ত আৰব আমিৰশ্বাহী, পাকিস্তান আৰু ওমানক গ্ৰুপ এত স্থান দিয়া হৈছে, আনহাতে গ্ৰুপ বিত আছে আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু হংকং।

      Tags: #cricketasia cup 2025Sports

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist