• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰুক্ষ-নিস্তেজ ছালক এইকেইটা উপায়েৰে পুনৰ কৰি তোলক সতেজ আৰু মসৃণ…

Nation NE by Nation NE
August 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাকৃতিকভাৱে নিজৰ ছালখন জিলিকাবলৈ ব্যৱহাৰ কৰক এই স্বাভাৱিক ফেচ পেক…
Share on FacebookShare on TwitterWhatsApp

প্ৰায়ে ধুনীয়া চুলি আৰু জিলিকি থকা ছালৰ মহিলাক দেখি প্ৰতিগৰাকী মহিলাই ভাবে যে, আমাৰ চুলি আৰু ছালখনো যদি এনেকৈ চিকচিকিয়া আৰু কোমল হৈ পৰিল হয়। বিশেষকৈ শীতকালত ছালৰ ৰং ম্লান হ’বলৈ আৰম্ভ কৰে। বেছিভাগ মানুহেই শীতকালত ছাল শুকান হোৱাৰ বাবে অসুবিধা পায়।

একে সময়তে শীতকালত চুলি সৰা আৰু উফি এটা সাধাৰণ সমস্যা হৈ পৰে। কিন্তু যদি আপুনি ছাল আৰু চুলিৰ যত্নৰ ভাল ৰুটিন ৰাখে, তেন্তে এই সমস্যাটো বিশেষ বাঢ়ি নাযায়। কিছুমান ঘৰুৱা উপায়েৰে আমি নিজকে প্ৰাকৃতিকভাৱে কেনেদৰে সুন্দৰ কৰি তুলিব পাৰো জানো আহক-

  • দৈ আৰু হালধীৰ পেক-

যদি আমি কোমল ছাল পাব বিচাৰো, তেন্তে মুখত দৈ আৰু হালধীৰ পেক লগাব পাৰো। যেতিয়াই আপোনাৰ ছালখন নিস্তেজ দেখা যায়, তেতিয়াই এই পেকটো লগাব পাৰে। ইয়াৰ ফলত আপোনাৰ ৰং উন্নত হ’ব আৰু ছালখন কোমল হ’ব।

  • শোৱাৰ পূৰ্বে নাৰিকল তেল-

যদি আপুনি মেকআপ লগাই আঁতৰাই নিদিয়াকৈ শুই যায়, তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ ছালত পৰিব পাৰে। মেকআপ আঁতৰাবলৈ নাৰিকল তেল ব্যৱহাৰ কৰিব লাগে। নিশা শোৱাৰ পূৰ্বে নাৰিকল তেল লগাইও মুখখন পৰিষ্কাৰ কৰিব পাৰে। নাৰিকল তেল লগাই কেইমিনিটমান ৰাখিব লাগে আৰু তাৰ পিছত তিতা টাৱেলেৰে মুখখন লাহে লাহে মচি দিব। ইয়াৰ ফলত আপোনাৰ ছালখন পৰিষ্কাৰ আৰু হাইড্ৰেটেড হৈ থাকে।

  • নাৰিকল আৰু এড়ি তেলেৰে চুলিৰ মালিচ-

ধুনীয়া চুলিৰ ৰহস্য হ’ল কুহুমীয়া নাৰিকল আৰু এড়ি তেলেৰে মালিচ কৰা। মূৰৰ মালিচ কৰাৰ পিছত গৰম টাৱেলেৰে চুলিখিনি বান্ধিব লাগে। অলপ পিছত চেম্পু কৰি কণ্ডিচনাৰ লগাব লাগে। ইয়াৰ ফলত চুলিবোৰ কোমল, দীঘল আৰু ডাঠ হৈ পৰে।

  • গা ধোৱাৰ পিছত অৰ্গান তেল লগাব-

ছালখন সুন্দৰ কৰিবলৈ বডি লোচনৰ লগত আৰ্গান অইল মিহলাই গা ধোৱাৰ পিছত লগাব লাগে। ইয়াৰ ফলত ছালখন হাইড্ৰেটেড আৰু জিলিকি থাকে। শীতকালত এই জীৱনশৈলী পালন কৰিলে আমাৰ চুলি আৰু ছাল কোমল হৈ থাকে।

Tags: haircareHealthskincare

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025