• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰষুণৰ ফলত মুম্বাইত ৭ জনৰ প্ৰাণহানি, থানে-পালঘৰত ৰেড এলাৰ্ট! বন্ধ স্কুল-কলেজ…

Nation NE by Nation NE
August 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বৰষুণৰ ফলত মুম্বাইত ৭ জনৰ প্ৰাণহানি, থানে-পালঘৰত ৰেড এলাৰ্ট! বন্ধ স্কুল-কলেজ…
Share on FacebookShare on TwitterWhatsApp

মুম্বাইৰ লগতে মহাৰাষ্ট্ৰৰ বহু জিলাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে  সাধাৰণ জীৱন-ধাৰণ। মুম্বাই, থানে, পালঘৰ আৰু নৱী মুম্বাইৰ বহু অঞ্চলৰ পথত পানী জমা হোৱাৰ বাবে পৰিস্থিতি অধিক অচল হৈ পৰিছে। থানে আৰু পালঘৰ জিলাত ১৮–১৯ আগষ্টৰ বাবে আইএমডিয়ে ৰেড এলাৰ্ট জাৰি কৰিছে। ইয়াৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত বন্ধ ঘোষণা কৰা হৈছে।

একে সময়তে মুম্বাইৰ নন্দদ জিলাত ২০০ৰো অধিক লোক আবদ্ধ হৈ পৰিছে, যি ঠাই খালী কৰাৰ বাবে সেনাবাহিনীক নিয়োগ কৰিবলগীয়া হৈছিল। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে নিশ্চিত কৰিছে যে, এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হৈছে।

মুম্বাইৰ আন্ধেৰী আৰু বৰিভালিত মাত্ৰ ৩ ঘণ্টাৰ ভিতৰতে ধাৰাসাৰ বৰষুণৰ ফলত ৫০ মিলিমিটাৰতকৈ অধিক পানী পৰে। বৰিভালিৰ পৰা চাৰ্চগেটলৈকে অঞ্চলসমূহত আগন্তুক কেইঘণ্টামানৰ ভিতৰত বৰষুণ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কল্যাণৰ জয় ভৱনী নগৰ অঞ্চলৰ নেটিভলী পাহাৰত ভূমিস্খলন হোৱাৰ পিছতে স্থানীয় বাসিন্দাসকলক ওচৰৰ পৌৰসভাৰ বিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। তেওঁলোকৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থাও কৰা হৈছে। জিলা প্ৰশাসনে ইয়াত সেনা আৰু এন ডি আৰ এফৰ দল মোতায়েন কৰিছে।

মন্ত্ৰালয়ত অৱস্থিত জৰুৰীকালীন কেন্দ্ৰৰ পৰা পৰিস্থিতি পৰ্যালোচনা কৰি ফাদনৱীছে কয় যে, ৰত্নাগিৰি, ৰায়গড় আৰু হিংগোলী জিলাতো ধাৰাসাৰ বৰষুণ হৈছে। বিদৰ্ভ অঞ্চলত দুই লাখ হেক্টৰৰো অধিক শস্য ধ্বংস হোৱাৰ লগতে ৮০০ খন গাঁও ক্ষতিগ্ৰস্ত হয়। মুম্বাইত ৮ ঘণ্টাত ১৭০ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত ১৪টা ঠাইত পানী জমা হোৱাৰ বিপৰীতে মাত্ৰ দুটা স্থানত যাতায়ত ব্যাহত হয়।

তেওঁ কয় যে, আগন্তুক ১০–১২ ঘন্টা অতি গুৰুত্বপূৰ্ণ আৰু স্থানীয় সংস্থাসমূহক বন্ধ ঘোষণা কৰাৰ অধিকাৰ দিয়া হৈছে। মাৰাথৱাদা অঞ্চলত যোৱা ৫ দিনত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০৫ টা পশুধনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

Tags: AlertMumbaiRain

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025