• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বিশ্বৰ সৰ্ববৃহৎ কৱৰস্থান; য’ত কৱৰ দিয়া হৈছিল প্ৰায় ১০,০০,০০০ লোকক

Nation NE by Nation NE
July 25, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
বিশ্বৰ সৰ্ববৃহৎ কৱৰস্থান; য’ত কৱৰ দিয়া হৈছিল প্ৰায় ১০,০০,০০০ লোকক
Share on FacebookShare on TwitterWhatsApp

ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে চীনৰ গ্ৰেট ৱালৰ এটা ভিডিঅ’। য’ত ভিৰেৰে ভৰি থকা দেখা গৈছে সেই দেৱালখন। এই প্ৰাচীৰৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। এইখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল শ্মশান। এই দেৱালখন পৃথিৱীৰ আটাইতকৈ বিখ্যাত প্ৰেম কাহিনীৰ সাক্ষী।

ভিৰেৰে ভৰপূৰ চীনৰ এই গ্ৰেট ৱালৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। চীনৰ এই গ্ৰেট ৱাল হৈছে হৈছে বিশ্বৰ সাতটা ঐতিহ্যৰ ভিতৰত অন্যতম।

চীনৰ এই গ্ৰেট ৱালৰ কল্পনা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত চীনৰ প্ৰথম সম্ৰাট কিন শ্বি হুয়াঙে কৰিছিল। কিন্তু ইয়াক সম্পূৰ্ণ কৰিবলৈ লাগিছিল শ শ বছৰ। নিৰাপত্তাজনিত বিভিন্ন ৰজাই নিজ নিজ সময়ত এই প্ৰাচীৰ কৰিছিল সম্প্ৰসাৰণ। ষোড় শ শতিকালৈকে এই দেৱালখন প্ৰায় ২১ কিলোমিটাৰলৈকে বিস্তৃত হৈছিল।

পিছে সাধাৰণ জনতাৰ আগমনৰ ওপৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। চীনৰ এই গ্ৰেট ৱালৰ দৈৰ্ঘ্য ২১,১৯৬.১৮ কিলোমিটাৰ আৰু উচ্চতা হৈছে ৮.৩৫ ফুট। বিশ্বাস কৰা হয় যে, এই দেৱালৰ প্ৰস্থ ইমানেই যে একেলগে প্ৰায় ৫ গৰাকী অশ্বাৰোহী বা ১০ গৰাকী পদাতিক সৈন্যই টহল দিব পাৰে।

চীনৰ এই গ্ৰেট ৱালক স্থানীয় লোকে ৱান লি চাং চেং আখ্যা দিছে। ইয়াৰ অৰ্থ হৈছে দহ হাজাৰ লি দীঘল দেৱাল। লি হৈছে চীনৰ দৈৰ্ঘ্য জোখাৰ একক। দহ হাজাৰ লি হৈছে প্ৰায় ১০ হাজাৰ কিলোমিটাৰৰ সমান। এই দেৱালখন প্ৰায় ৫০ বছৰ আগতে ১৯৭০ চনত সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছিল। ১৯৮৭ চনত এই দেৱালখন ইউনেস্কই বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে তালিকাভূক্ত কৰে।

কিয় চীনৰ এই গ্ৰেট ৱালক কোৱা হয় বিশ্বৰ আটাইতকৈ দীঘল কবৰস্থান

চীনৰ এই গ্ৰেট ৱাল নিৰ্মাণত ইতিমধ্যে বহুলোকে প্ৰাণ হেৰুৱাইছে। প্ৰতিবেদন অনুসৰি, সম্ৰাটৰ সৈন্যই সাধাৰণ মানুহক ঘেৰি ধৰি দেৱালত কাম কৰাইছিল।

হাজাৰ হাজাৰ মানুহে দিনে-নিশাই দেৱাল নিৰ্মাণত ব্যস্ত আছিল। কোৱা হয় যে, যদি কোনো শ্ৰমিকে পলাবলৈ চেষ্টা কৰিছিল বা আনকি অভিযোগও কৰিছিল। তেন্তে তেওঁক তাতেই সমাধিস্থ কৰা হৈছিল।

কোৱা হয় যে, প্ৰায় ২ হাজাৰ বছৰৰ নিৰ্মাণকালত ৪,০০,০০০ৰ পৰা ১০,০০,০০০ লোকৰ মৃত্যু হৈছিল। এই লোকসকলক বেৰৰ কাষত বা বেৰৰ ভিতৰতে পুতি থোৱা হৈছিল। সেই কাৰণেই চীনৰ গ্ৰেট ৱালক ইতিহাসৰ আটাইতকৈ দীঘল কবৰস্থান বুলি কোৱা হয়।

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025