• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গণেশ মন্দিৰৰ সমীপত ভাঙি পৰিল ৪ মহলীয়া অট্টালিকা, ২০ জনকৈ লোক আৱদ্ধ হৈ পৰাৰ আশংকা

Nation NE by Nation NE
August 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গণেশ মন্দিৰৰ সমীপত ভাঙি পৰিল ৪ মহলীয়া অট্টালিকা, ২০ জনকৈ লোক আৱদ্ধ হৈ পৰাৰ আশংকা
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰৰ ভাছাই-বিৰাৰত ২৬ আগষ্টৰ গভীৰ নিশা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বিজয় নগৰ বিৰাৰ ইষ্টৰ গণপতি মন্দিৰৰ সমীপত ভাঙি পৰে এটা ৪ মহলীয়া অট্টালিকা। গভীৰ নিশা প্ৰায় ১.০০ বজাত ভাঙি পৰা এই অট্টালিকাটোৰ তলত ১৫ৰ পৰা ২০জন লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই সংখ্যা আৰু অধিক হ’ব পাৰে।

স্বামী সমাৰ্থ নগৰৰ ৰামবাই এপাৰ্টমেণ্ট নামৰ ৪ মহলীয়া অট্টালিকাৰ চতুৰ্থ মহলাৰ এটা অংশ ভাঙি পৰিছে। এই পৰ্যন্ত অৱশ্যে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে ৯ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গৈছে।

ঘটনাস্থলীত উপস্থিত হৈছে এনডিআৰৰ এটা দল আৰু বৰ্তমানে তালাচী অভিযান চলি আছে। আশংকা কৰা হৈছে যে এতিয়াও ১৫ৰ পৰা ২০জন নাগৰিক অট্টালিকাৰ ধ্বংসাৱশেষত আৱদ্ধ হৈ আছে।

এই অট্টালিকাটো ১০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু পৌৰ নিগমে ইয়াক অতি বিপজ্জনক অট্টালিকা বুলি ঘোষণা কৰিছিল। এতিয়া ভাঙি পেলোৱা হৈছে এই ৰামবাই এপাৰ্টমেণ্ট।

বিধায়ক স্নেহা পণ্ডিত ডুবেয়ে জনাইছে যে, এই দুৰ্ঘটনা সংঘটিত হৈছে ১০-১৫ বছৰীয়া এটা অট্টালিকা ভাঙি পৰাৰ বাবে। এই পৰ্যন্ত ৯ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু প্ৰায় ২০ জন লোক আৱদ্ধ হোৱাৰ আশংকা। সমগ্ৰ এন ডি আৰ এফৰ দল, পৌৰ নিগম আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

বিধায়কগৰাকীয়ে লাভ কৰা তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰিস্থিতি এনেকুৱা যে কোনো বাহন বা এম্বুলেন্সেও উদ্ধাৰৰ বাবে যাব পৰা নাই। কোনো সাহায্য নোহোৱাকৈ হাতেৰে উদ্ধাৰ অভিযান চলাব লগা হৈছে উদ্ধাৰকাৰী দলটোৱে। সেইবাবেই সময় লৈছে। দলসমূহে নিজৰ ১০০ শতাংশ দিছে। বৰ্তমান এন ডি আৰ এফৰ আন এটা দল আৰু ২০-২৫ জন জোৱান লৈ মাতি অনা হৈছে।

Tags: Building CollapseMaharashtraTrapped

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025