• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন

Nation NE by Nation NE
August 31, 2025
in ৰাষ্ট্ৰীয়, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন
Share on FacebookShare on TwitterWhatsApp

সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে শনিবাৰে চীনৰ টিয়ানজিনত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭ বছৰৰ মূৰত অৰ্থাত ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী।

চীনৰ ইতিহাসত আটাইতকৈ বৃহৎভাৱে আয়োজন কৰা সাংহাই সহযোগিতা সংস্থা (এছ চি অ’) শীৰ্ষ সন্মিলনখনত ২০খনৰো অধিক দেশে অংশ ল’ব। এই দেশসমূহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনসহ মধ্য প্ৰাচ্য, চেণ্ট্ৰেল এছিয়া, ছাউথ-ইষ্ট এছিয়া আৰু ছাউথ এছিয়াৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

টিয়ানজিন চহৰত অনুষ্টিত হ’বলগীয়া এই সন্মিলনখনৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজ হ’ব দ্বিপাক্ষিক আলোচনা। ইয়াৰ উপৰি ১ ছেপ্তেম্বৰত পুটিনৰ সৈতেও বৈঠকত মিলিত হ’ব মোদী।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-হামাছ সংঘৰ্ষৰ পৰা আৰম্ভ কৰি আমেৰিকাই বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্কযুদ্ধক লৈ চলি থকা চৰ্চা আৰু বিতৰ্কৰ মাজতেই আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনখনৰ ওপৰত আমেৰিকাৰ তীক্ষ্ণ দৃষ্টি নিৱদ্ধ আছে।

Tags: ChinaNarendra ModiSCO SummitVladimir PutinXi Jinping

Related Posts

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?

December 4, 2025
মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025