• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাকৰিৰ প্ৰলোভন দি অপহৰণ কৰি যুৱতীৰ সৈতে অপকৰ্ম, অভিযান অব্যাহত

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
চাকৰিৰ প্ৰলোভন দি অপহৰণ কৰি যুৱতীৰ সৈতে অপকৰ্ম, অভিযান অব্যাহত
Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। চাকৰিৰ প্ৰলোভন দি এগৰাকী যুৱতীক অপহৰণ কৰি অপকৰ্ম সংঘটিত কৰে। এই ঘটনা সংঘটিত হৈছে উডালা থানা এলেকাত, য’ত ৫জনকৈ অভিযুক্তই চলন্ত ভেনত এগৰাকী যুৱতীৰ এই জঘন্য কাণ্ড সংঘটিত কৰে।

তথ্য অনুসৰি, ওড়িশাৰ মৌৰভঞ্জ জিলাৰ অন্তৰ্গত অঞ্চল বাংগীৰিপোশী থানা এলেকাৰ বাসিন্দা। আৰক্ষীক দিয়া এজাহাৰত তেওঁ কয় যে, দুজন অচিনাকি যুৱকে তেওঁৰ ঘৰলৈ আহি তেওঁক ব্যক্তিগত কোম্পানীত চাকৰি দিবলৈ প্ৰলোভিত কৰিছিল। তাৰপিছত যুৱতীগৰাকীক আশ্বস্ত কৰি এখন ভেনত উঠাই লৈ যায়।

বাটত আৰু তিনিজন যুৱকে গাড়ীখনত উঠে। তাৰ পিছত গাড়ীখনে প্ৰায় ৮০ কিলোমিটাৰ অতিক্ৰম কৰি উদালা-বালাসোৰ ৰাজ্যিক ঘাইপথৰ এটা নিৰ্জন অঞ্চলত উপস্থিত হয়। তাতেই ৫ অভিযুক্তই একেলগে গাড়ীত থকা যুৱতীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক চলন্ত গাড়ীৰ পৰা ঠেলি পলায়ন কৰে অভিযুক্তই।

ঘটনাৰ পাছতে স্থানীয় একাংশ লোকে পথৰ দাঁতিত যুৱতীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে ভুক্তভোগীৰ পৰিয়ালক খবৰ দিয়া হয় আৰু তেওঁক উদলা থানালৈ লৈ যায় আৰু তাতেই সমগ্ৰ বিষয়টোৰ ওপৰত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

এই গোচৰত ইতিমধ্যে দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।বৰ্তমান আৰক্ষীয়ে গোচৰৰ গুৰুত্ব বিবেচনা কৰি তদন্তত নিয়োজিত হৈ আছে। চিনাক্ত হোৱা ৩ অভিযুক্তক ধৰিবলৈ বিভিন্ন স্থানত অভিযান চলোৱা হৈছে। এই ঘটনাক লৈ স্থানীয় ৰাইজ তথা সামাজিক সংগঠনসমূহে অতি ক্ষুব্ধ হৈ দোষীক অতি সোনকালে শাস্তি প্ৰদানৰ দাবী জনাইছে।

Tags: KidnapmolestOdisha

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025