• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাইবাৰ অপৰাধীৰ নতুন হাই-টেক কৌশল, নিৰ্মলা সীতাৰমনৰ ভুৱা ভিডিঅ’ৰ জৰিয়তে ৬৬ লাখ প্ৰৱঞ্চনা

Nation NE by Nation NE
September 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
চাইবাৰ অপৰাধীৰ নতুন হাই-টেক কৌশল, নিৰ্মলা সীতাৰমনৰ ভুৱা ভিডিঅ’ৰ জৰিয়তে ৬৬ লাখ প্ৰৱঞ্চনা
Share on FacebookShare on TwitterWhatsApp

চাইবাৰ থানা ডেৰাডুন আৰক্ষীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ভুৱা ভিডিঅ’ চলাই চাইবাৰ জালিয়াতি কৰা চক্ৰটোৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ৩০ আগষ্টৰ নিশা নয়দাৰ পৰা গ্ৰেপ্তাৰ হোৱা এই অভিযুক্তই ডেৰাডুনৰ এজন বাসিন্দাক প্ৰতাৰণা কৰি ৬৫ লাখ টকাৰ চাইবাৰ জালিয়াতি সংঘটিত কৰে।

বহিঃৰাজ্যত বহি চাইবাৰ জালিয়াতি সংঘটিত কৰা এটা চক্ৰৰ সৈতে এই অভিযুক্তৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।

এছ এছ পি এছ টি এফ নৱনীত সিং ভুলাৰৰ মতে, ডেৰাডুনৰ এজন বাসিন্দাই চাইবাৰ ক্ৰাইম থানাত এজাহাৰ দাখিল কৰাৰ সময়তে এই গোচৰটো পোহৰলৈ আহে। ভুক্তভোগীয়ে কয় যে তেওঁ গুগলত বিনিয়োগৰ সৈতে জড়িত তথ্য বিচাৰিছিল। য’ত ফেচবুকত ‘জুদা মুৰাজিক’ নামৰ পেজত চলি আছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ভুৱা ভিডিঅ’। ইয়াৰ মাজতে তেওঁক ২১ হাজাৰ টকা বিনিয়োগ কৰি ৭ দিনত ৬.৫ লাখ টকা উপাৰ্জন কৰিবলৈ প্ৰলোভিত কৰা হৈছিল।

এই লিংকৰ জৰিয়তে ‘cryptopromarkets.com’ত পঞ্জীয়ন কৰি অপৰাধীকেইজনে একাউণ্ট মেনেজাৰ হিচাপে পৰিচয় দি ২০২৫ চনৰ ৭ মে’ৰ পৰা ২৯ মে’লৈ বিভিন্ন বেংক একাউণ্টত মুঠ ৬৬.২১ লাখ টকা জমা কৰিছিল।

উপ আৰক্ষী অধীক্ষক অংকুশ মিশ্ৰ আৰু পৰিদৰ্শক দেৱেন্দ্ৰ নবিয়ালে মোবাইল নম্বৰ, বেংকৰ সবিশেষ, হোৱাটছএপ চেট আৰু ডিজিটেল ট্ৰেইল বিশ্লেষণ কৰে। কাৰিকৰী প্ৰমাণৰ ভিত্তিত নয়দাৰ পৰা ৮ নং গালী, সদৰপুৰ, ছেক্টৰ ৪৫, নয়দাৰ নিবাসী নীতিন গৌৰ আৰু নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰে ১৫ নং গালী, সদৰপুৰ, ছেক্টৰ-৪৫, নয়দাৰ নিক্কু বাবুক। এনে এটা গেঙত অভিযুক্তই ভুৱা কোম্পানী ‘এন জি ট্ৰেডাৰ্ছ’ৰ নামত গ্ৰুপ সৃষ্টি কৰি মানুহৰ সৈতে যোগাযোগ কৰিছিল।

তেওঁলোকে ফেচবুকত ভুৱা বিজ্ঞাপন চলাইছিল, য’ত ভুৱা নামেৰে (যেনে প্ৰিয়া, ৰমেশ কুমাৰ, শাৰদ ভোহৰা, বিকি মালহোত্ৰা) কোম্পানীৰ বিষয়া বুলি পৰিচয় দি ভুক্তভোগীক প্ৰলোভিত কৰিছিল। ভুৱা বিনিয়োগৰ মঞ্চ তৈয়াৰ কৰি বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰা আৰু তাৰ পিছত যোগাযোগ ভংগ কৰা এই গেঙৰ মূল কাম। তেওঁলোকে নিজৰ পৰিচয় লুকুৱাবলৈ ভিপিএন, প্ৰক্সি চাৰ্ভাৰ আৰু ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰিছিল।

তদন্তত বিদেশী চাইবাৰ অপৰাধীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু ১৮-২০টা কাৰেণ্ট একাউণ্টৰ কথা পোহৰলৈ আহিছে। অভিযুক্তৰ দখলৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ১টা টেব (চিমসহ), ৪টা মোবাইল ফোন (চিমসহ), ২টা আধাৰ কাৰ্ড, ১খন পেন কাৰ্ড, ৬টা অতিৰিক্ত চিম কাৰ্ড, ১২খন ডেবিট কাৰ্ড, ২খন পেন ড্ৰাইভ, ২টা ছীল (এন জি ট্ৰেডাৰ্ছ), ৬টা চেক বুক, ৫টা পি অ’ এছ মেচিন, ৫টা কিউ আৰ ক’ড চাউণ্ড বক্স আৰু ১৪টা কিউ আৰ স্ক্যানাৰ।

Tags: CrimeCyberFraud

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025