• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যদি চেনি খোৱাটো অস্বাস্থ্যকৰ, তেন্তে মিঠাই খোৱাটো স্বাস্থ্যৰ পক্ষে কেনেকৈ উপকাৰী? GST কাউন্সিলৰ এই সিদ্ধান্তত আচৰিত…

Nation NE by Nation NE
September 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
যদি চেনি খোৱাটো অস্বাস্থ্যকৰ, তেন্তে মিঠাই খোৱাটো স্বাস্থ্যৰ পক্ষে কেনেকৈ উপকাৰী? GST কাউন্সিলৰ এই সিদ্ধান্তত আচৰিত…
Share on FacebookShare on TwitterWhatsApp

GST কাউন্সিলে শীতল পানীয়, আইচড টি, এনাৰ্জি বেভাৰেজ আৰু অন্যান্য মিঠা পানীয়কে ধৰি বিলাসী সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে চেনি এতিয়া কেৱল খাদ্যৰ সমস্যা নহয়, বৰঞ্চ জনসাধাৰণৰ বাবে অস্বাস্থ্যকৰ হৈ পৰিছে।

আনহাতে মিঠাইক এই পৰিসৰৰ বাহিৰত ৰখা হৈছে। আশ্চৰ্যজনকভাৱে গুলাব যমুন, কাজু কটলি, ৰাসগোল্লা, হালুৱাৰ দৰে মিঠাইৰ ওপৰত জি এছ টি ৰেহাই দিয়া হৈছে।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ কৰমুক্ত হৈ থাকিবলৈ দিয়া হৈছে। ভাৰতীয় মিঠাই, মাখন, ঘিউ, শুকান ফল, পেকেট গাখীৰ, চচ্চেজ, মাংস, চেনিৰ মিঠাই, জাম, জেলী, নাৰিকল পানী, নিমখীয়া, বটলত খোৱা পানী, ফলৰ পাল্প, ৰস, গাখীৰ ভিত্তিক পানীয়, আইচক্ৰীম, পেষ্ট্ৰি, বিস্কুট আৰু শস্যজাতীয় খাদ্যত কৰ ৰেহাই দিয়া হৈছে।

এই সিদ্ধান্তক লৈ বিশেষজ্ঞসকলে বহু প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে, ই পৰস্পৰ বিৰোধী যেন লাগে কাৰণ এফালে চৰকাৰে চেনিক স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰিছে, আনহাতে আনফালে চেনীজাতীয় খাদ্যত কৰ ৰেহাই দিছে। বিশেষজ্ঞসকলে এই অমিলক নীতিগত অন্ধতা আৰু ৰাজনৈতিক স্বাৰ্থপৰতাৰে ভৰা সিদ্ধান্ত বুলি অভিহিত কৰিছে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ মতে, যোগ কৰা চেনি দৈনিক কেলৰিৰ ৫ শতাংশতকৈ অধিক হ’ব নালাগে, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ শতাংশ গাইডলাইনতকৈ কম। কিন্তু বাস্তৱত ভাৰতীয়সকলে প্ৰতিদিনে প্ৰায় ৮০ৰ পৰা ৯০ গ্ৰাম চেনি সেৱন কৰে, যিটো যিকোনো স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা নিৰাপদ সীমাতকৈ তিনিগুণ বেছি।

এনে পৰিস্থিতিত ভাৰতীয় মিঠাইৰ কথা ক’লে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰে। এটা গুলাব জামুনত ৫৬ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে, ইয়াৰে অধিকাংশই চেনি। আনহাতে, ২৫০ মিলিলিটাৰ শীতল পানীয়ত প্ৰায় ২৬ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে।

Tags: FoodsGSTtax

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025