• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 31, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

Nation NE by Nation NE
September 7, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
Share on FacebookShare on TwitterWhatsApp

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই নিজৰ পদবীৰ পৰা অতি শীঘ্ৰে পদত্যাগ কৰিব। দেওবাৰে এক অনুষ্ঠানত অংশ লৈ এই ইংগিত প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী ইছিবাই।

নিজৰ দলৰ ভিতৰচ’ৰাত বৃদ্ধি পোৱা সমালোচনা, অসন্তুষ্টি আৰু জুলাইত অনুষ্ঠিত হৈ যোৱা সংসদীয় নিৰ্বাচনত শোচনীয় পৰাজয়ৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

২০২৪ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ইছিবাই। কিন্তু বিগত এমাহ ধৰি তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি সোঁপন্থীয়ে হেচা প্ৰয়োগ কৰি আহিছিল। সংসদীয় নিৰ্বাচনত পৰাস্ত হোৱাৰ দায়িত্ব স্বীকাৰ কৰি পদবীৰ পৰা পদত্যাগ কৰিব লাগে বুলি কৰা এই হেচাক আওকাণ কৰি তেওঁ নিজৰ দায়িত্ব পালন কৰি গৈছিল।

প্ৰধানমন্ত্ৰী পদৰ পৰা কেতিয়া পদত্যাগ কৰিব সেই কথা ঘোষণা কৰা নাই যদিও ইছিবাৰ এই সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে।

Tags: JapanPrime MinisterShigeru Ishiba

Related Posts

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?
Top News

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 31, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025