• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

Nation NE by Nation NE
September 8, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…
Share on FacebookShare on TwitterWhatsApp

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত নতুন সফলতা লাভ কৰাৰ দাবী কৰিছে ৰাছিয়াই। ৰাছিয়াৰ ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে (FMBA) কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰে।

এফ এম বি ডিৰ মুৰব্বী ভেৰ’নিকা স্ক্ভৰ্টছ’ভাই কয় যে ৰাছিয়াৰ এণ্টেৰ’মিক্স কেন্সাৰ ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। এই mRNA ভিত্তিক ভেকচিনে সকলো প্ৰিক্লিনিকেল পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ইয়াৰ সুৰক্ষা আৰু ফলপ্ৰসূতা প্ৰমাণ কৰিছে। এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ’ব কলৰেক্টাল কেন্সাৰ (কলন কেন্সাৰ) ধ্বংস কৰা।

ৰাছিয়াৰ এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ কৰ্কট ৰোগৰ ভেকচিনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু এফএমবিএৰ মুৰব্বী ভেৰ’নিকা স্কভৰ্টছ’ভাই ইষ্টাৰ্ণ ইকনমিক ফ’ৰাম (ইইএফ)ত এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে, প্ৰিক্লিনিকেল ট্ৰায়েলে ভেকচিনটোৰ সুৰক্ষা, বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছতো ইয়াৰ ফলপ্ৰসূতা নিশ্চিত কৰে। গৱেষকসকলে এই সময়ছোৱাত টিউমাৰৰ আকাৰ হ্ৰাস আৰু টিউমাৰৰ বৃদ্ধি হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ উপৰিও অধ্যয়নত ভেকচিনৰ বাবে ৰোগীৰ জীয়াই থকাৰ হাৰ বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে।

এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ’ব কলৰেক্টাল কেন্সাৰ। ইয়াৰ উপৰিও গ্লিঅ’ব্লাষ্টোমা (মগজুৰ কৰ্কট ৰোগ) আৰু চকুৰ মেলানোমা (চকুৰ কৰ্কট ৰোগ)কে ধৰি নিৰ্দিষ্ট ধৰণৰ মেলানোমাৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আশাব্যঞ্জক অগ্ৰগতি লাভ কৰা হৈছে যিবোৰ বৰ্তমান উন্নত পৰ্যায়ত আছে। ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ ভ্লাডিভষ্টকত অনুষ্ঠিত হয় ‘দূৰ পূব: শান্তি আৰু সমৃদ্ধিৰ বাবে সহযোগিতা’ শীৰ্ষক দশম পূব অৰ্থনৈতিক মঞ্চ। এই মঞ্চত ৭৫ খনতকৈও অধিক দেশ আৰু অঞ্চলৰ ৮৪০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে।

Tags: MedicineRussiaVaccine

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025