• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি ল’লে হামাছৰ শীৰ্ষ নেতাক

Nation NE by Nation NE
September 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি  ল’লে হামাছৰ শীৰ্ষ নেতাক
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলে ৯ ছেপ্তেম্বৰত কাটাৰৰ ৰাজধানী ডোহাত হামাছৰ শীৰ্ষ নেতাসকলক আক্ৰমণ কৰে। ইজৰাইলৰ বিষয়াসকলে এই কাৰ্যক নিশ্চিত কৰিছে।

তথ্য অনুসৰি, ইজৰাইলৰ নিৰাপত্তা সংস্থা শ্বিন বেটে এই অভিযান চলাইছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ শেহতীয়া প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা বুলি জানিব পৰা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুমোদনৰ পিছত সাক্ষাৎ কৰা নেতাসকলক লক্ষ্য কৰি লোৱা হৈছিল।

অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই অভিযানক স্বতন্ত্ৰ অভিযান বুলি অভিহিত কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে, হামাছৰ শীৰ্ষ সন্ত্ৰাসবাদী বছসকলৰ বিৰুদ্ধে এই পদক্ষেপ হৈছে এক সম্পূৰ্ণ স্বতন্ত্ৰ ইজৰাইলী অভিযান। ইজৰাইলে ইয়াক আৰম্ভ কৰিছিল, ইজৰাইলে ইয়াক চলাইছিল আৰু ইজৰাইলে ইয়াৰ সম্পূৰ্ণ দায়িত্ব লৈছে।

দোহাৰ আকাশত দেখা যায় ক’লা ধোঁৱাৰ ডাৱৰ। কাটাৰৰ বিষয়াসকলেও এই আক্ৰমণ নিশ্চিত কৰিছে। অৱশ্যে এই আক্ৰমণত কোনো লোক আহত হৈছে নে নাই সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই। দোহাৰ ৰাজপথত উত্তেজনা আৰু ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পিছত ইহুদী দেশখনে কাটাৰত সংঘটিত হোৱা দ্বিতীয়টো বৃহৎ আক্ৰমণ বুলি অভিহিত কৰা হৈছে।

এই আক্ৰমণৰ কাৰিকৰী সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই যদিও ইজৰাইলৰ সেনাৰ মুখপাত্ৰই কয় যে ইজৰাইলৰ বায়ুসেনাই এই আক্ৰমণ সংঘটিত কৰিছে। এই সময়ছোৱাত কাটাৰ এয়াৰৱেজৰ বিমান সেৱা স্বাভাৱিকভাৱে দোহাত চলি থকাৰ বিপৰীতে কাটাৰ বায়ুসেনাৰ কমেও এখন বিমানে দেশখনৰ নিৰাপত্তা নিৰীক্ষণ কৰিবলৈ উৰা মাৰিছিল।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত কয় যে, ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ বাবে দায়ী হামাছ সন্ত্ৰাসবাদী সংগঠনৰ জ্যেষ্ঠ নেতাসকলক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে নিখুঁত অস্ত্ৰ আৰু অতিৰিক্ত চোৰাংচোৱাৰ ব্যৱহাৰকে ধৰি অসামৰিক লোকৰ ক্ষতি কম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আইডিএফে দৃঢ়তাৰে হামাছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

আই ডি এফে কয় যে কাটাৰত হামাছৰ নেতা খলিল আল হায়া আৰু জাহেৰ জাবাৰিনক লক্ষ্য কৰি লোৱা হৈছিল যদিও কোনো আলোচনাপন্থীক আঘাত কৰা হোৱা নাছিল। ইজৰাইলৰ সেনা মুৰব্বী ইয়াল জমিৰে বিদেশত হামাছৰ নেতাসকলক লক্ষ্য কৰি লোৱাৰ ভাবুকি দিয়াৰ লগতে ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে গাজাৰ বাবে আমেৰিকাই প্ৰস্তাৱ কৰা যুদ্ধবিৰতি দেশখনে মানি লোৱা বুলি কোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে এই আক্ৰমণ সংঘটিত হয়।

এই আক্ৰমণৰ পিছত কাটাৰ চৰকাৰে ইয়াক কাপুৰুষ আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰে। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মজিদ আল আনছাৰীয়ে কয় যে, নিৰাপত্তা বাহিনী, অসামৰিক প্ৰতিৰক্ষা আৰু আনুষংগিক সংস্থাসমূহে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ নিৰাপত্তা নিশ্চিত কৰা হৈছে। কাটাৰে সকীয়াই দিছে যে, তেওঁলোকে এই ধৰণৰ ইজৰাইলী আচৰণ সহ্য নকৰে আৰু ইয়াৰ নিৰাপত্তা আৰু ভূখণ্ডৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বিবেচনা কৰি সৰ্বোচ্চ পৰ্যায়ত তদন্ত চলি আছে।

Tags: HamasIsraelQatar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025