• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

Nation NE by Nation NE
September 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?
Share on FacebookShare on TwitterWhatsApp

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দেশজুৰি দুৰ্গোৎসৱ উদযাপনৰ বাবে চলিছে তীব্ৰ প্ৰস্তুতি। লগতে ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীসকলৰো। ইয়াৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে পূজা মণ্ডপ তৈয়াৰ কৰা শিল্পীসকলৰ।

এইবাৰ ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব মহালয়া। মহালয়াত মা দুৰ্গা ধৰালৈ নামি আহে বুলি কোৱা হয়।‌ আৰু দশমী তিথি পৰ্যন্ত ধৰাতে থাকে মা দুৰ্গা। প্ৰতি বছৰে দুৰ্গা দেৱীৰ আগমণ আৰু গমন বেলেগ বেলেগে হয়। সাধাৰণতে চাৰি প্ৰকাৰৰ বাহনেৰে দেৱী দুৰ্গাৰ আগমন আৰু গমন কৰে। সেয়া হৈছে হাতী, ঘোঁৰা, নাও আৰু দোলা। কোৱা হয় যে, দেৱী দুৰ্গাৰ আগমন আৰু গমন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। দেৱী দুৰ্গা কিহত আহিব আৰু যাব সেয়া প্ৰকৃতিৰ পৰিৱৰ্তনে আগজাননী দিয়ে।

বিশ্বাস অনুসৰি, দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থান সময়ৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস অনুসৰি, দোলাত দেৱী দুৰ্গাৰ আগমন বা গমন হ’লে ধৰাত মহামাৰী আশংকা বৃদ্ধি পাই বুলি কোৱা হয়। দেৱীৰ দোলাত আগমন বা প্ৰস্থান মহামাৰী, ভূমিকম্প বা অতিমৃত্যুৰ সূচক। একেদৰে নাও হৈছে পানীৰ সৈতে জড়িত। কোৱা হয় যে, যদি দেৱী দুৰ্গাৰ নাৱেৰে আগমন বা প্ৰস্তান হয়, তেন্তে তেন্তে ই পানীৰ সৈতে জড়িত ঘটনাৰ সূচক, যেনে বান, যাৰ ফলত শস্য পথাৰত পলি পৰি শস্যৰ উৎপাদন বাঢ়িব পাৰে। 

ইফালে, ঘোঁৰাত যদি আগমন হয় বা প্ৰস্থান কৰে, তেন্তে ধ্বংস, বিভাজন বা ধ্বংসাত্মক কাৰ্যৰ আশংকা বৃদ্ধি পায় বুলি কোৱা হয়। লগতে ই সামাজিক ও ৰাজনৈতিক অস্থিৰতা, যুদ্ধ বা বিপ্লৱৰ ইঙ্গিত দিয়ে। একেদৰে হাতীত দেৱী দুৰ্গাৰ আগমন বা প্ৰস্থান হ’লে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বসুন্ধৰা শস্যৰে ভৰপূৰ হোৱাৰ লগতে ধন-সম্পত্তিও বৃদ্ধি হয় বুলি কোৱা হয়।

সেই অনুসৰি, এইবাৰ দেৱী দুৰ্গাৰ হাতীত আগমন হ’ব। ইয়াৰ ফলত পথাৰত ভাল ফচল তথা শস্য উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ মা দুৰ্গা দোলাত যাত্ৰা কৰিব। ফলত মহামাৰী তথা বিভিন্ন জটিল ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে। চলিত বছৰত আগমন শুভ হ’ব পাৰে যদিও প্ৰস্থান শুভ নহ’বও পাৰে।

Tags: DurgapujaWorship

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি
Top News

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

October 27, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 27, 2025
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025