• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

UPSC-ৰ প্ৰস্তুতি চলাই থকা তিনি শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

Nation NE by Nation NE
July 28, 2024
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
UPSC-ৰ প্ৰস্তুতি চলাই থকা তিনি শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

ঘটনাৰ তদন্তৰ দাবীত ইউ পি এছ চিৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদ সাব্যস্ত।

Share on FacebookShare on TwitterWhatsApp

দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শনিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণ ফলত পুৰণি ৰাজেন্দ্ৰ নগৰস্থিত এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানীৰে ভৰি পৰাৰ ফলত তিনিগৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যু হয়।

মৃত শিক্ষাৰ্থী তিনিগৰাকীৰ ভিতৰত আছিল দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ। জানিব পৰা মতে, মৃত ছাত্ৰী শ্ৰেয়া যাদৱৰ ঘৰ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাত, তানিয়া ছোনিৰ ঘৰ তেলেংগানাত আৰু ছাত্ৰজন কেৰালাৰ এৰ্নাকুলামৰ নৱীন দলৱিন বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানীত দিল্লীৰ বিভিন্ন অঞ্চলৰ লগতে পুৰণি ৰাজেন্দ্ৰ নগৰৰ কোটিং চেণ্টাৰটোও পানীত বুৰ যায়। যাৰ ফলত কোচিং চেণ্টাৰটোত আৱদ্ধ হৈ পৰে বহু শিক্ষাৰ্থী।

৪ ঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ পৰাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ তিনিওগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী, এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে অভিযান চলাই শিক্ষাৰ্থী তিনিগৰাকীৰ মৃতদেহ কেইটা উদ্ধাৰ কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থী কেইগৰাকীৰ সৈতে সংঘটিত এই কৰুণ ঘটনাক লৈ বৰ্তমান দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। বিজেপি, কংগ্ৰেছকে ধৰি আন কেইবাটাও ৰাজনৈতিক তথা অৰাজনৈতিক সংগঠনে ইয়াৰ বাবে দোষাৰোপ কৰিছে দিল্লী চৰকাৰক।

উল্লেখ্য যে, কোচিং চেণ্টাৰৰ এই ঘটনাৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত গোটেই নিশা ইউ পি এছ চিৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ পিছতে দিল্লী আৰক্ষীয়ে কাৰোল বাগস্থিত ৰাও ষ্টাডি চাৰ্কল (আই এ এছ কোচিং চেণ্টাৰ)ৰ স্বত্বাধিকাৰী তথা সমন্বয়কক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

Tags: #DelhiCoaching CentreHeavy RainUPSC

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025