• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, চীন-আমেৰিকালৈ চুনামী এলাৰ্ট জাৰি

Nation NE by Nation NE
September 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ ভূঁইকপে জোকাৰিলে ৰাছিয়া, চীন-আমেৰিকালৈ চুনামী এলাৰ্ট জাৰি
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ পূৱ উপকূলৰ সমীপত এক প্ৰবল ভূমিকম্পৰ তথ্য পোৱা গৈছে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে জনোৱা মতে, ভূমিকম্পৰ প্ৰাবল্য ৭.১ আৰু ই সমুদ্ৰপৃষ্ঠৰ তলৰ ১০ কিলোমিটাৰ গভীৰতাত ৰেকৰ্ড কৰা হৈছে।

একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS) য়ে ভূমিকম্পৰ প্ৰাবল্য ৭.৪ আৰু গভীৰতা ৩৯.৫ কিলোমিটাৰ বুলি প্ৰকাশ কৰিছে। তথ্যৰ পাৰ্থক্য থকাৰ পিছতো দুয়োটা সংস্থাই ইয়াক গভীৰ আৰু শক্তিশালী ভূমিকম্প বুলি গণ্য কৰিছে। ভূমিকম্পৰ পিছত পেচিফিক চুনামী সতৰ্কবাণী ব্যৱস্থাই সম্ভাৱ্য চুনামী সতৰ্কবাণী জাৰি কৰি কয় যে এই অঞ্চলত বিপদৰ সৃষ্টি হ’ব পাৰে।

চীনৰ চুনামী সতৰ্কবাণী কেন্দ্ৰইও পুৱা ১০:৩৭ বজাত (বেইজিঙৰ সময় অনুসৰি) তথ্য প্ৰকাশ কৰি কয় যে, কামচাটকা উপদ্বীপৰ পূব সাগৰীয় অঞ্চলত এই ভূমিকম্পৰ ৰেকৰ্ড কৰা হৈছে। কেন্দ্ৰটোৱে ভূমিকম্পৰ প্ৰাবল্য ৭.১ আৰু গভীৰতা ১৫ কিলোমিটাৰ বুলি প্ৰকাশ কৰিছে। স্থানীয়ভাৱে ছুনামীৰ আশংকা কৰা হৈছে।

জাপান বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতিৰে জাপান ব্ৰডকাষ্টাৰে প্ৰকাশ কৰা অনুসৰি, কামচাটকাৰ দক্ষিণ-পশ্চিমে অৱস্থিত জাপানে কোনো ধৰণৰ চুনামী সতৰ্কবাণী জাৰি কৰা নাই।

জুলাই মাহত ৮.৮ প্ৰাবল্যৰ প্ৰবল কম্পন অনুভৱ কৰা একেটা অঞ্চলতে এই ভূমিকম্পটো সংঘটিত হৈছে। সেই সময়ত জাপান, আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় কেইবাখনো দ্বীপ দেশৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল – যেনে হাৱাই, চিলি আৰু কোষ্টা ৰিকা।

কামচাটকা উপদ্বীপ ভূতাত্ত্বিকভাৱে অতি সক্ৰিয় অঞ্চল আৰু ইয়াক প্ৰশান্ত মহাসাগৰীয় অগ্নি আঙঠিৰ অংশ বুলি গণ্য কৰা হয়। ইয়াত প্ৰতিদিনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কাৰ্যকলাপ সংঘটিত হয়। এই অঞ্চলত বৃহৎ পৰিসৰৰ বিধ্বংসী ভূমিকম্প সংঘটিত হৈছে।

১৯৫২ চনত কামচাটকাত ৯.০ প্ৰাবল্যৰ বিশাল ভূমিকম্পই কঁপাইছিল। এই ভূমিকম্পক এতিয়ালৈকে লিপিবদ্ধ হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। সেই সময়ত ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলা আৰু বৃহৎ ছুনামীও সংঘটিত হয়।

Tags: destroysEarthquakeRussia

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025