• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি! আকৌ নিৰ্মাণ হ’ব ১১৪খন ৰাফেল যুদ্ধ বিমান…

Nation NE by Nation NE
September 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দেশৰ আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি! আকৌ নিৰ্মাণ হ’ব ১১৪খন ৰাফেল যুদ্ধ বিমান…
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় বায়ুসেনাই দেশত ১১৪খন ৰাফেল যুদ্ধ বিমান নিৰ্মাণৰ প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰিছে। প্ৰায় ২ লাখ কোটি টকাৰ এই প্ৰকল্পই যদি চৰকাৰৰ পৰা সেউজ সংকেত পায়, তেন্তে ই দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তিত পৰিণত হ’ব।

তথ্য অনুসৰি, এই প্ৰকল্পৰ বাবে ভাৰতে ৰাফেল নিৰ্মাণ কৰা দেশ ফ্ৰান্সৰ সৈতে G2G অৰ্থাৎ চৰকাৰৰ পৰা চৰকাৰলৈ চুক্তিবদ্ধ হ’ব। এই চুক্তিৰ পিছত ৰাফেল নিৰ্মাণ কৰা ফ্ৰান্সৰ কোম্পানী ডাছ’ল্টে ভাৰতৰ এটা থলুৱা কোম্পানীৰ সৈতে দেশত (ভাৰতত) এটা উৎপাদন কাৰখানা স্থাপন কৰিব। ভাৰতত নিৰ্মাণ হ’বলগীয়া থলুৱা ৰাফেল যুদ্ধ বিমানত প্ৰায় ৬০ শতাংশ থলুৱা অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি থাকিব।

অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাৰ বৰ্তমানৰ ৰাফেল যুদ্ধ বিমানসমূহৰ কাৰ্যকৰী সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মেক ইন ইণ্ডিয়াৰ অধীনত ফ্ৰান্সৰ যুদ্ধ বিমান নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ সময়ত পেহেলগাম হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় বায়ুসেনাই ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰি পাকিস্তানৰ পৰা চলি থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস কৰিছিল।

ভাৰতীয় বায়ুসেনাই বৰ্তমান ব্যৱহাৰ কৰা ৩৬ খন ৰাফেল যুদ্ধ বিমানত মিটিঅ’ৰ, মাইকা আৰু স্কেলপ মিছাইলৰ ব্যৱস্থা কৰা হৈছে। এই সকলোবোৰ ফৰাচী ক্ষেপণাস্ত্ৰ। কিন্তু মেক ইন ইণ্ডিয়া ৰাফেল যুঁজাৰু বিমানখনত ভাৰতত নিৰ্মিত ক্ষেপণাস্ত্ৰও সজ্জিত কৰিব পাৰি।

মেক ইন ইণ্ডিয়া ৰাফেল যুদ্ধ বিমানখনে অৱশ্যে এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব, য’ত বিত্ত মন্ত্ৰালয়ৰ পৰা নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী (চিচিএছ) আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সমিতি প্ৰতিৰক্ষা ক্ৰয় পৰিষদলৈ অনুমোদন লাভ কৰিব লাগিব। এনে পৰিস্থিতিত এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ কিছুমান ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাটো অতি সম্ভৱ। এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ সহায়ত বায়ুসেনাত ৫-৬টা স্ক্ৱাড্ৰন থাকিব পাৰে (এটা স্কোয়াড্ৰনত ১৮-২০খন যুঁজাৰু বিমান থাকে)।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতে ফ্ৰান্সৰ সৈতেও নৌসেনাৰ বাবে ৰাফেলৰ ২৬টা মেৰিন সংস্কৰণৰ চুক্তি কৰিছিল। এই ৰাফেল (এম) যুঁজাৰু বিমানসমূহ থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত নিয়োগ কৰা হ’ব।

Tags: airforceFlightRafale

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025