• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

Nation NE by Nation NE
September 20, 2025
in BIG BREAKING, Top News, অসম
0 0
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Share on FacebookShare on TwitterWhatsApp

অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্য। শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে লাখ-লাখ অনুৰাগী। ইতিমধ্যে ছিংগাপুৰৰ পৰা বিমানযোগে আনি থকা হৈছে জুবিনৰ নশ্বৰ দেহ।

নিশা প্ৰায় ১২ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হ’ব জুবিনৰ নশ্বৰ দেহ। ইয়াৰ পিছতে এখন বিশেষ বিমানেৰে গুৱাহাটীলৈ লৈ অনা হ’ব। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি মাজ নিশা প্ৰায় ২.৩০ বজাত জুবিনৰ নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’ব।

জুবিনৰ নশ্বৰ দেহ আহি পোৱাৰ পূৰ্বে সামাজিক মাধ্যমযোগে পত্নী গৰিমা গাৰ্গে অনুৰাগীসকলক উদ্দেশ্যি এক বিশেষ আহ্বান জনাইছে।

জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ জৰিয়তে লাইভত অহা গৰিমা গাৰ্গে কয়, ‘জুবিন আহিব এতিয়া, আপোনালোকে জীয়াই থকা কালটোত বহুত মৰম-আশীৰ্বাদ দিলে জুবিনক আৰু আপোনালোককো সমানে ভাল পায় জুবিনে।’

ইয়াৰ উপৰি তেওঁ লগতে কয়, ‘শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক, জুবিনৰ যি শেষ যাত্ৰা সেয়া একো বিঘিনি নঘটাকে শান্তিপূৰ্ণভাবে হওক। সংঘাতৰ সৃষ্টি নহওক আৰক্ষী-প্ৰশাসনে আমাক বহুত সহায় কৰি আছে, জুবিন আহক সকলোৱে চাম জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম।’

উল্লেখ্য যে, জুবিন গাৰ্গে ১৯ ছেপ্তেম্বৰত আকস্মিকভাৱে ছিংগাপুৰত মৃত্যুক সাৱটি লোৱাৰ পিছৰে পৰা অসমত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ।

জুবিনৰ অঁকাল মৃত্যুৰ বাবে দুয়োজনকে দায়ী সজাই মৰিগাঁও, নলবাৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীসকলে।

এজাহাৰ দাখিল কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা গাৰ্গে কয়, ‘সিদ্ধাৰ্থক কেতিয়াও বেয়াকৈ ক’ব নিদিয়ে জুবিনে। জুবিনৰ শেষ যাত্ৰাত সিদ্ধাৰ্থক থাকিবলৈ দিয়ক। সিদ্ধাৰ্থৰ বিপক্ষে যদি কিবা ভাবিছে সেইবোৰ মনৰ পৰা আঁতৰাই দিয়ক। সকলো একেলগে থাকক। মই অনুৰোধ জনাইছো তেওঁৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই লওক।’

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই আবেগিক ফেচবুক প’ষ্টটো এতিয়া ব্যাপক হাৰত ভাইৰেল হ’ব ধৰিছে।

Tags: #AssamFacebookGarima Saikia GargZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025