• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভাৱনীয় হাৰত হ্ৰাস পাইছে চীনৰ জনসংখ্যা! ৰাষ্ট্ৰসংঘৰ তথ্যত প্ৰমাণিত ভয়ংকৰ সত্য

Nation NE by Nation NE
July 29, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অভাৱনীয় হাৰত হ্ৰাস পাইছে চীনৰ জনসংখ্যা! ৰাষ্ট্ৰসংঘৰ তথ্যত প্ৰমাণিত ভয়ংকৰ সত্য
Share on FacebookShare on TwitterWhatsApp

এসময়ত চীনক বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে নামাকৰণ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত দ্ৰুতগতিত হ্ৰাসৰ দিশে গৈছে চীনৰ জনসংখ্যা।
ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে, ২১০০ চনৰ ভিতৰত ১৯৫০ৰ দশকৰ সমান হ’ব পাৰে চীনৰ জনসংখ্যা।

জুলাই মাহৰ আৰম্ভণিতে প্ৰকাশিত এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘই চীনক এক ডাঙৰ সংকটৰ বিষয়ে সতৰ্ক কৰি দিছে। ইয়াত কোৱা হৈছে যে, ২০২৪ ৰ পৰা ২০৫৪ চনৰ ভিতৰত চীনৰ জনসংখ্যা আৰু অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

চীনে বৰ্তমান জনসংখ্যা হ্ৰাসৰ সৈতে যুঁজি আছে আৰু দীৰ্ঘদিন ধৰি এই সমস্যাৰ পৰা বাহিৰ হ’বলৈ চেষ্টা কৰি আছে। কিন্তু কোনো লাভালাভ দৃষ্টিগোচৰ হোৱা নাই।

চীনা চৰকাৰে সন্তান ধাৰণ আৰু তেওঁলোকৰ প্ৰতিপালনৰ বাবে ইতিমধ্যে বহুতো আঁচনি ৰূপায়ন কৰিছে। কিন্তু ইয়াৰ পাছতো বৃদ্ধি হোৱা নাই চীনৰ জনসংখ্যা।

খবৰ অনুসৰি, চীনৰ জনসংখ্যা বৰ্তমান হ্ৰাস পাইছে ১.৪০৯৭ বিলিয়নলৈ।বিগত দুটা বছৰ ধৰি হ্ৰাস হৈ আহিছে চীনৰ জনসংখ্যা। ১৯৪৯ চনৰ লোকপিয়ল প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত চীনৰ জন্মৰ হাৰ সৰ্বনিম্ন সংখ্যাত নথিভুক্ত কৰা হৈছে।

চীনৰ এই জনসংখ্যা হ্ৰাসৰ প্ৰধান কাৰণ হৈছে পলমকৈ বিবাহত বহা।যাৰবাবে বয়স বৃদ্ধি হোৱাৰ বাবে মহিলাসকলৰ প্ৰজনন ক্ষমতা হ্ৰাস হয়।

ইয়াৰ উপৰি বৰ্তমান বহুতো যুৱক-যুৱতী নিজৰ চেহেৰা সম্পৰ্কে সজাগ। যাক ভালে ৰাখিবলৈ তেওঁলোকে সম্তানৰ পিতৃ-মাতৃ হ’ব নিবিচাৰে।

আকৌ বহুতো মহিলাই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত হেঙাৰ হ’ব বুলি শিশুৰ দ্বায়িত্বৰ পৰা আঁতৰি থাকে।যাৰবাবে দ্ৰুতগতিত হ্ৰাস পাইছে চীনৰ জনসংখ্যা।

Tags: ChinaChinapopullationmWHO

Related Posts

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা
Top News

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

December 19, 2025
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 19, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025

শীৰ্ষ সংবাদ

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025