• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভাৱনীয় হাৰত হ্ৰাস পাইছে চীনৰ জনসংখ্যা! ৰাষ্ট্ৰসংঘৰ তথ্যত প্ৰমাণিত ভয়ংকৰ সত্য

Nation NE by Nation NE
July 29, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অভাৱনীয় হাৰত হ্ৰাস পাইছে চীনৰ জনসংখ্যা! ৰাষ্ট্ৰসংঘৰ তথ্যত প্ৰমাণিত ভয়ংকৰ সত্য
Share on FacebookShare on TwitterWhatsApp

এসময়ত চীনক বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে নামাকৰণ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত দ্ৰুতগতিত হ্ৰাসৰ দিশে গৈছে চীনৰ জনসংখ্যা।
ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে, ২১০০ চনৰ ভিতৰত ১৯৫০ৰ দশকৰ সমান হ’ব পাৰে চীনৰ জনসংখ্যা।

জুলাই মাহৰ আৰম্ভণিতে প্ৰকাশিত এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘই চীনক এক ডাঙৰ সংকটৰ বিষয়ে সতৰ্ক কৰি দিছে। ইয়াত কোৱা হৈছে যে, ২০২৪ ৰ পৰা ২০৫৪ চনৰ ভিতৰত চীনৰ জনসংখ্যা আৰু অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

চীনে বৰ্তমান জনসংখ্যা হ্ৰাসৰ সৈতে যুঁজি আছে আৰু দীৰ্ঘদিন ধৰি এই সমস্যাৰ পৰা বাহিৰ হ’বলৈ চেষ্টা কৰি আছে। কিন্তু কোনো লাভালাভ দৃষ্টিগোচৰ হোৱা নাই।

চীনা চৰকাৰে সন্তান ধাৰণ আৰু তেওঁলোকৰ প্ৰতিপালনৰ বাবে ইতিমধ্যে বহুতো আঁচনি ৰূপায়ন কৰিছে। কিন্তু ইয়াৰ পাছতো বৃদ্ধি হোৱা নাই চীনৰ জনসংখ্যা।

খবৰ অনুসৰি, চীনৰ জনসংখ্যা বৰ্তমান হ্ৰাস পাইছে ১.৪০৯৭ বিলিয়নলৈ।বিগত দুটা বছৰ ধৰি হ্ৰাস হৈ আহিছে চীনৰ জনসংখ্যা। ১৯৪৯ চনৰ লোকপিয়ল প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত চীনৰ জন্মৰ হাৰ সৰ্বনিম্ন সংখ্যাত নথিভুক্ত কৰা হৈছে।

চীনৰ এই জনসংখ্যা হ্ৰাসৰ প্ৰধান কাৰণ হৈছে পলমকৈ বিবাহত বহা।যাৰবাবে বয়স বৃদ্ধি হোৱাৰ বাবে মহিলাসকলৰ প্ৰজনন ক্ষমতা হ্ৰাস হয়।

ইয়াৰ উপৰি বৰ্তমান বহুতো যুৱক-যুৱতী নিজৰ চেহেৰা সম্পৰ্কে সজাগ। যাক ভালে ৰাখিবলৈ তেওঁলোকে সম্তানৰ পিতৃ-মাতৃ হ’ব নিবিচাৰে।

আকৌ বহুতো মহিলাই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত হেঙাৰ হ’ব বুলি শিশুৰ দ্বায়িত্বৰ পৰা আঁতৰি থাকে।যাৰবাবে দ্ৰুতগতিত হ্ৰাস পাইছে চীনৰ জনসংখ্যা।

Tags: ChinaChinapopullationmWHO

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025