• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে

Nation NE by Nation NE
July 29, 2024
in Top News, ক্ৰীড়া
0 0
শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে
Share on FacebookShare on TwitterWhatsApp

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জ’ ৰুটে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইংলেণ্ডৰ প্ৰথম ইনিংছত ৰুটে খেলা ১২৪টা বলত ৮৭ ৰানৰ ইনিংছৰ জৰিয়তে মহান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত ব্ৰায়ান লাৰাক অতিক্ৰম কৰে ৰুটে। টেষ্ট কেৰিয়াৰত লাৰাই সংগ্ৰহ কৰিছিল ১১৯৫৩ ৰান। ইফালে ৰুটে এইপৰ্যন্ত টেষ্টত সংগ্ৰহ কৰিছে ১২০২৭ ৰান।

কেৱল এয়াই নহয় টেষ্ট ক্ৰিকেটত দ্ৰুত ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো ৰুটে অতিক্ৰম কৰে নিজ দেশৰে প্ৰাক্তন অধিনায়ক এলিষ্টেয়াৰ কুকক। ৰুটে ২৬১টা ইনিংছত ১২ হাজাৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে ১২ হাজাৰ সংগ্ৰহ কৰাৰ বাবে কুকক প্ৰয়োজন হৈছিল ২৭৫টা ইনিংছৰ।

ইয়াৰ উপৰি টেষ্ট ক্ৰিকেটত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা সপ্তমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল ৰুট। ৰুটে ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰো অভিলেখ ভংগ কৰে। ৰুটে ১৪৩ খন মেচত ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শচীনে ১৫২ খন মেচত সংগ্ৰহ কৰিছিল ১২ হাজাৰ ৰান।

কেৱল এয়াই নহয়, টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটছমেনৰূপে পৰিগণিত হ’ল ৰুট। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা। ছাংগাকাৰাই ১৩০ খন মেচত ১২ হাজাৰ ৰান সংগ্ৰহ কৰিছিল।

ৰুট, কুকৰ পিছত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ইংলেণ্ডৰ বেটছমেন। টেষ্ট কেৰিয়াৰত কুকে সৰ্বমুঠ ১২,৪৭২ ৰান সংগ্ৰহ কৰিছিল।

টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত ৰুট কেৱল শচীন (১৫৯২১), ৰিকি পন্টিং(১৩৩৭৮), জেকছ কালিছ (১৩২৮৯), ৰাহুল দ্ৰাবিড় (১৩২৮৮), কুক (১২৪৭২) আৰু কুমাৰ ছাংগাকাৰা (১২৪০০) ৰ পিছত আছে।

Tags: Brian LaraEnglandJoe RootSachin TendulkarTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025