যিকোনো মূহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে বেপাৰী শ্যামকানু মহন্ত। অসমলৈ আহি আছে শ্যামকানু। ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দল। আজিয়েই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বেপাৰী শ্যামকানুৰ।
ছিংগাপুৰত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু। ইতিমধ্যে অসম আৰক্ষীৰে সৈতে যোগাযোগত আছে শ্যামকানু। সামাজিক মাধ্যমযোগে ৰাজইক উদ্দেশ্যি অসমলৈ আহি থকাৰ কথা জনালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানুয়ে।
ইফালে আকৌ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ভাৰততে থকাৰ তথ্য লাভ কৰিছে CIDয়ে। দুই এদিনৰ ভিতৰতে গ্ৰেপ্তাৰ হ’ব পাৰে সিদ্ধাৰ্থ শৰ্মাও।