• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

নৱাবে দানত দিয়া জোতা বিক্ৰি কৰি গঢ় দিছিল মহাবিদ্যালয় ! তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ ওচৰত হাৰ মানিছিল বগা চাহাব

Nation NE by Nation NE
July 29, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
নৱাবে দানত দিয়া জোতা বিক্ৰি কৰি গঢ় দিছিল মহাবিদ্যালয় ! তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ ওচৰত হাৰ মানিছিল বগা চাহাব
Share on FacebookShare on TwitterWhatsApp

ভাৰতবৰ্ষক দাসত্ব-শৃংখলাৰ পৰা মুক্ত কৰিবলৈ বংগই জন্ম দিছিল বহুতো বিপ্লৱী আৰু বহুতো সমাজ সংস্কাৰক। ইয়াৰে এজন আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। তেওঁ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত, লেখক আৰু সমাজ সংস্কাৰক আছিল। তেওঁ সমাজত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ অক্লান্ত প্ৰচেষ্টা চলাইছিল।

সমাজত মহিলাৰ স্থিতি সলনি কৰিবলৈ বিদ্যাসাগৰে যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁ বহুবিবাহ আৰু বাল্য বিবাহৰ বিৰোধিতা কৰিছিল লগতে বিধৱা বিবাহৰো প্ৰচাৰ চলাইছিল। সেয়েহে ১৮৫৬ চনত গৃহীত হোৱা বিধৱা বিবাহ আইন কৃতিত্ব বিদ্যাসাগৰলৈও যায়।

তেওঁ আনকি শিক্ষাৰ জুই জ্বলাবলৈ বিচাৰিছিল অনুদান। এবাৰ, অযোধ্যাৰ নৱাবে তেওঁক জোতা এটা দান কৰিছিল। তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ বলত, তেওঁ ইয়াৰ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰিছিল আৰু দুগুণ পৰিমাণ সংগ্ৰহ কৰিছিল। বিদ্যাসাগৰৰ মৃত্যু বাৰ্ষিকীত, এই সমগ্ৰ কাহিনীটো জানো আহক।

ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল ১৮২০ চনৰ ২৬ ছেপ্টেম্বৰত বেংগল প্ৰেচিডেন্সিৰ মেদিনীপুৰ জিলাৰ বীৰসিঙ নামৰ এখন সৰু গাঁৱত। কোৱা হয় যে তেওঁৰ মাতৃ ভগৱতী দেৱীৰ গৰ্ভৱতী অৱস্থাত মানসিক স্বাস্থ্য সুস্থ নাছিল। তেতিয়া চুবুৰীয়া গাঁৱত বাস কৰা জ্যোতিষী তথা চিকিৎসা পণ্ডিত এজনে ভৱিষ্যতবাণী কৰি কৈছিল যে ভাগৱতী দেৱীৰ গৰ্ভৰ পৰা জন্ম হ’ব এগৰাকী মহাপুৰুষ। যি পাছলৈ ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বুলি পৰিচিত হৈছিল। তেওঁৰ জন্মৰ পাছতেই মাতৃৰ অসুস্থতা আৰোগ্য হৈছিল।

শিক্ষাগ্ৰহণৰ বাবে তেওঁ পিতৃৰ সৈতে কলিকতালৈ গুচি যায়। পঢ়া শেষ কৰাৰ পিছত তেওঁ কলিকতাৰ সংস্কৃত মহাবিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হয়। বাংলা ভাষাৰ বৰ্ণমালা সলনি কৰি তেওঁ আধুনিক বাংলাৰ জন্ম দিয়ে। তেওঁ সংস্কৃত ব্যাকৰণৰ নিয়মৰ ওপৰত এখন কিতাপো লিখি উলিয়াইছিল।

বিদ্যাসাগৰে কলিকতাত এখন মহাবিদ্যালয় স্থাপন কৰিব বিচাৰিছিল। ইয়াৰ বাবে  তেওঁ সামৰ্থ্য অনুসাৰে সকলোৰে পৰা অনুদান সংগ্ৰহ কৰিছিল। এই সন্দৰ্ভত তেওঁ অযোধ্যাৰ নৱাবৰো কাষ চাপিছিল। কোৱা হয় যে, সেইসময়ৰ অযোধ্যাৰ নৱাব অতি কৃপণ আৰু নিৰ্মম স্বভাৱৰ আছিল। বিদ্যাসাগৰৰ সকলো কথা শুনি নৱাবে বিদ্যাসাগৰৰ দান মোনাত জোতা এযোৰ পেলাই দিছিল।

তাৰ পাছত বিদ্যাসাগৰে নৱাবক ধন্যবাদ জনাই আগবাঢ়ি গৈছিল। পিছদিনা বিদ্যাসাগৰে নৱাবৰ প্ৰাসাদৰ ঠিক বিপৰীতে জোতা নিলাম অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়ত নৱাবৰ জোতা ১,০০০ টকাত নিলাম কৰা হৈছিল। এই কথা জানি নৱাবে আনন্দেৰে পুণৰ তেওঁক ১০০০ টকা প্ৰদান কৰিছিল।

১৮৭২ চনত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে কলিকতাত এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। সেইসময়ত ইয়াক মেট্ৰ’পলিটান ইনষ্টিটিউচন বুলি জনা গৈছিল। ১৯৮১ চনৰ ২৯ জুলাইত বিদ্যাসাগৰৰ মৃত্যু হয়। ইয়াৰ পিছত, মেট্ৰ’পলিটান ইনষ্টিটিউচনৰ নাম বিদ্যাসাগৰ মহাবিদ্যালয়লৈ সলনি কৰা হয়।

ব্ৰিটিছেও আনকি বিদ্যাসাগৰৰ বুদ্ধিমত্তা দেখি তবধ মানিছিল। সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থাকোতে  এবাৰ তেওঁ কোনো জৰুৰী কামৰ বাবে এজন ব্ৰিটিছ বিষয়াক লগ কৰিবলৈ গৈছিল। বিদ্যাসাগৰ আহি পোৱাৰ পাছতো ইংৰাজজনে মেজত ভৰি ৰাখি বহি আছিল আৰু তাৰ পৰা জোতাও আঁতৰ কৰা নাছিল। কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ বিদ্যাসাগৰে তেওঁৰ কাম কৰি উভতি আহিছিল।

কাকতালীয়ভাৱে, একেজন ব্ৰিটিছ বিষয়াই এবাৰ সংস্কৃত মহাবিদ্যালয়ত বিদ্যাসাগৰক লগ কৰিবলৈ যাব লগা হৈছিল। তেতিয়া বিদ্যাসাগৰেও ভৰি দুখন দাঙি মেজত ৰাখিছিল আৰু এবাৰো ইংৰাজজনৰ মুখৰ ফালে চোৱা নাছিল।

এই ঘটনাৰ বাবে ইংৰাজ গৰাকীয়ে যথেষ্ট অপমানিত অনুভৱ কৰিছিল আৰু তাৰ পৰা গুচি গৈছিল। তাৰ পাছত তেওঁ জ্যেষ্ঠ বিষয়াৰ ওচৰত ঘটনা সম্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল।

যেতিয়া বিদ্যাসাগৰক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল, তেওঁ কৈছিল যে যেতিয়া তেওঁ ইংৰাজ গৰাকীক লগ কৰিবলৈ গৈছিল, তেতিয়া তেৱো ঠিক তেনেদৰেই বহি আছিল। যাৰ বাবে তেওঁ অনুভৱ কৰিছিল যে হয়টো এইয়া ব্ৰিটিছ শিষ্টাচাৰৰ অংশ। গতিকে তেওঁ একে ধৰণেই সম্ভাষণ জনাইছিল। ইয়াৰ পাছত ইংৰাজ গৰাকীয়ে বিদ্যাসাগৰৰ ওচৰত ক্ষমা বিচাৰিছিল।

Tags: BenagalIndian EducatorSocial Reformer

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025