• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ চুক্তি; পণবন্দীসকলৰ মাজত আনন্দৰ লহৰ

Nation NE by Nation NE
October 9, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ চুক্তি; পণবন্দীসকলৰ মাজত আনন্দৰ লহৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে ইজৰাইল আৰু হামাছে যুদ্ধবিৰতি আৰু পেলেষ্টাইনী বন্দীসকলৰ বিনিময়ত ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিখন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰথম পৰ্যায়ৰ পদক্ষেপৰ অংশ।

ইজিপ্তত দুয়োপক্ষৰ শীৰ্ষ বিষয়াৰ মাজত হোৱা আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰ কৰাটো নিশ্চিত কৰা হৈছে। এই চুক্তিৰ ঘোষণাৰ লগে লগে পেলেষ্টাইনী আৰু ইজৰাইলীসকলৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হয়।

দুবছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ দিশত এইটোৱেই এতিয়ালৈকে লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ, য’ত ৬৭ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে।

এই চুক্তিৰ অধীনত যুদ্ধবিৰতি কাৰ্যকৰী কৰা হ’ব। গাজাৰ পৰা আংশিকভাৱে আঁতৰি আহিব ইজৰাইল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে তেওঁৰ চৰকাৰৰ অনুমোদনৰ পিছত যুদ্ধবিৰতি কাৰ্যকৰী হ’ব।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ইজৰাইল চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰাটো নিশ্চিত কৰি কয় যে কেবিনেট বৈঠকৰ ২৪ ঘণ্টাৰ ভিতৰত যুদ্ধবিৰতি কাৰ্যকৰী হ’ব। গাজাত পণবন্দী কৰি ৰখা লোকসকলক ৭২ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া হ’ব।

Tags: CeasefireGAZAHamasIsrael

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025