• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

Nation NE by Nation NE
October 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি
Share on FacebookShare on TwitterWhatsApp

হঠাতে দিল্লী বিমানবন্দৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় য’ত ডিমাপুৰ অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত যাত্ৰীৰ পাৱাৰ বেংকত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে কেবিন ক্ৰুৱে দ্ৰুত সঁহাৰি জনাই এই জুই নিৰ্বাপন কৰে।

সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত এক বাতৰি অনুসৰি, সকলো যাত্ৰী নিৰাপদ বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেওঁলোকে জনোৱা মতে, বিমানখনে বিমানবন্দৰত টেক্সি চলাই (ৰাণৱেলৈ স্থানান্তৰিত) চলাই থকাৰ সময়তে পাৱাৰ বেংকত জুই লাগে।

ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, দিল্লীৰ পৰা নাগালেণ্ডৰ ডিমাপুৰ অভিমুখী ৬ই ২১০৭ নং বিমানখনে এজন যাত্ৰীৰ ব্যক্তিগত ইলেক্ট্ৰনিক যন্ত্ৰত সামান্য অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে উভতি আহে। বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে, কেবিন ক্ৰুৱে মানক পৰিচালনা পদ্ধতি অনুসৰণ কৰি দ্ৰুত সঁহাৰি জনাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে এই কাণ্ড নিয়ন্ত্ৰণলৈ অনা হৈছিল। ইয়াত আৰু কোৱা হৈছে যে প্ৰট’কল অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰা হয়।

মন কৰিবলগীয়া যে, এই সপ্তাহত এয়াৰ চাইনাৰ এখন বিমানত একেধৰণৰ কাণ্ড সংঘটিত হৈছিল, যেতিয়া বিমানখনৰ ওপৰৰ ডবাত জমা হৈ থকা লিথিয়াম বেটাৰীত জুই লাগিছিল। হাংঝুৰ পৰা ছিউললৈ গৈ আছিল বিমানখন। বৰ্তমান এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

Tags: #DelhiFlight

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025