• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE by Nation NE
October 23, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু ৰাছিয়াৰ মাজত উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ২২ অক্টোবৰত তেওঁ ৰাছিয়াৰ দুটা বৃহৎ তেল কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰে।

এই পদক্ষেপ গ্ৰহণ কৰি ট্ৰাম্পে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক প্ৰত্যাহ্বান জনায়। আমেৰিকাৰ এই পদক্ষেপক ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে। ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ট্ৰাম্পে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাছিয়াৰ ৰছনেফ্ট আৰু লুক’ইলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতে দুয়োটা কোম্পানীৰ পৰা তেল ক্ৰয় কৰে। এতিয়া এই নিষেধাজ্ঞাই ভাৰততো যথেষ্ট প্ৰভাৱ পেলাব পাৰে। এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে কয় যে, প্ৰতিবাৰেই তেওঁ ভ্লাদিমিৰ পুটিনৰ সৈতে ভালদৰে আলোচনা কৰে, কিন্তু ইয়াৰ অগ্ৰগতিহে নহয়।

হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰি আহিছে। যাৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। ট্ৰাম্পে নিবিচাৰে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰক। তেওঁ কয় যে ৰাছিয়াই নিজৰ উপাৰ্জন ইউক্ৰেইন যুদ্ধৰ বাবে ব্যয় কৰিছে।

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতে দৈনিক প্ৰায় ১৭.৩ লাখ বেৰেল ৰাছিয়াৰ খাৰুৱা তেল আমদানি কৰিছিল। ইয়াৰ দ্বাৰা ভাৰতৰ মুঠ তেল আমদানিৰ এক তৃতীয়াংশ, পূৰ্বতে কম তেল আমদানিৰ তুলনাত। ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত স্পষ্ট স্থিতি বজাই ৰাখিছে, ভাৰতে নিজৰ জনসাধাৰণৰ স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰিছে। অৱশ্যে ৰাছিয়াৰ কোম্পানীটোৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।

Tags: AmericaIndiaPUTINRussiaTrump

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Top News

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025