• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE by Nation NE
October 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

২৪ অক্টোবৰত হায়দৰাবাদ-বেংগালুৰু ঘাইপথত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। কুৰনুল জিলাৰ কল্লুৰ মণ্ডলৰ চিন্নাটেকপুৰ অঞ্চলত এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হয়।

এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মিনিটৰ ভিতৰতে বাছখনক সম্পূৰ্ণৰূপে জুইৰ লেলিহান শিখাই আগুৰি ধৰে। অৱশ্যে পিছলৈ নিয়ন্ত্ৰণলৈ অনা হৈছে এই অগ্নিকাণ্ড।

প্ৰাথমিক তথ্য অনুসৰি, বেংগালুৰু-হায়দৰাবাদ ঘাইপথত কালেশ্বৰম ট্ৰেভেলছৰ এখন বাছে মটৰ চাইকেলৰ সৈতে খুন্দা মাৰে। ইয়াৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালক আৰু সহায়কসহ মুঠ ৪২জন লোক বাছখনত আছিল। এই পৰ্যন্ত ১৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰ পূৰ্বেও কেইবাটাও বাছ দুৰ্ঘটনা সংঘটিত হৈছে।

এই বাছ দুৰ্ঘটনাত বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। যদিও সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই যদিও চিকিৎসালয়ত ভৰ্তি হোৱা সকল চিকিৎসাধীন হৈ আছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখে যে, কুৰনুল জিলাৰ চিন্নেটকুৰ গাঁৱৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাই স্তম্ভিত হৈছে। চৰকাৰে আহত আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে নাইডুৱে।

Tags: BangaloreBusHyderabad

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025