• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 31, 2025
23 °c
Guwahati
21 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

    শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

Nation NE by Nation NE
October 31, 2025
in Top News, অসম
0 0
শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক
Share on FacebookShare on TwitterWhatsApp

অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত মুক্তি পালে প্ৰাণৰ শিল্পী সপোনৰ তথা শেষৰখন ছবি ৰৈ ৰৈ বিনালে। উজাগৰী নিশা কটাই পুৱতি নিশা ৩ বজাতে ছবিগৃহলৈ আহিছে অসংখ্য লোক। শেষবাৰৰ বাবে প্ৰিয় শিল্পী গৰাকীৰ হেঁপাহৰ ছবিখন চাবলৈ হিলদ’ল ভাঙি ওলাই আহিছে অসমবাসী।

মহানগৰীৰ বেলতলাৰ মেট্ৰিক্স চিনেমা হলত পুৱতি নিশা ৪ বাজি ২৫ মিনিটৰ লগে লগে আৰম্ভ হয় চিনেমাখনৰ প্ৰথম দৰ্শনী।চিনেমা উপভোগ কৰি কান্দি কান্দি ওলাই আহে প্ৰতিগৰাকী দৰ্শক।

এবুকু বেদনা লৈ ছবিগৃহলৈ অহা প্ৰতিগৰাকী লোকৰে মুখত মাত্ৰ এটাই কথা। ‘আমাক ন্যায় লাগে…জুবিন দাক শীঘ্ৰে ন্যায় দিয়ক’। ১৫ বছৰীয়া পৰিকল্পনাৰ অন্তত বহু হেঁপাহেৰে হাৰ্টথ্ৰৱ জুবিন গৰাকীয়ে সংগীতক লৈ নিৰ্মাণ কৰা সপোনৰ ছবিখন চাই আবেগিক হৈ ওলাই আহে প্ৰতিগৰাকী দৰ্শক। ছবিখনৰ প্ৰতিটো দৃশ্যৰ লগে লগে ছবিগৃহত প্ৰতিধ্বনিত হৈছে প্ৰতিগৰাকী অসমীয়াৰ উচুপনি।

Tags: #JusticeForZubeenGarg

Related Posts

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে
Top News

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

October 31, 2025
অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫
Top News

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

October 31, 2025
প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’
Top News

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

October 31, 2025
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ
Top News

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ

October 31, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 31, 2025
চিনেমাৰ দৰে এক ঘটনা! এটা অট্টালিকাত একেলগে ২০টি শিশুৰ সৈতে ভয়ানক কাণ্ড…

October 30, 2025

শীৰ্ষ সংবাদ

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ

শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025