• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 31, 2025
23 °c
Guwahati
21 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

    শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ

Nation NE by Nation NE
October 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

আজি লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী। এই বিশেষ দিনটো ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয়।

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত কয় যে, চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ একত্ৰীকৰণৰ চালিকা শক্তি আছিল, যাৰ ফলত ভাৰতৰ গঠনমূলক বছৰবোৰত ভাগ্য গঢ় লৈ উঠিছিল। ৰাষ্ট্ৰীয় অখণ্ডতা, সুশাসন, আৰু জনসেৱাৰ প্ৰতি তেওঁৰ অদম্য দায়বদ্ধতা অব্যাহত থাকিব।যাৰ দ্বাৰা নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত গুজৰাটৰ ঐক্যৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২০১৪ চনত মোদী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা প্ৰতি বছৰে ৩১ অক্টোবৰত পেটেলৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয়।

গুজৰাটৰ নৰ্মদা জিলাৰ একতা নগৰৰ সমীপৰ ১৮২ মিটাৰ উচ্চতাৰ পেটেলৰ প্ৰতিমূৰ্তিত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ লৌহমানৱক পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছত তেওঁ ওচৰৰ ঠাইলৈ আগবাঢ়ি যায়, য’ত তেওঁ উপস্থিত লোকসকলক ঐক্যৰ প্ৰতিজ্ঞা প্ৰদান কৰে।

এইবাৰৰ ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপনত সাংস্কৃতিক উৎসৱ আৰু আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ পেৰেড অনুষ্ঠিত হয়। য’ত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (এছ আৰ পি এফ)ৰ দৰে অৰ্ধসামৰিক বাহিনী আৰু বিভিন্ন ৰাজ্যিক আৰক্ষী বাহিনীৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হয়।

Tags: Iron ManModiVallabhbhai Patel

Related Posts

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে
Top News

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

October 31, 2025
অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫
Top News

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

October 31, 2025
প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’
Top News

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

October 31, 2025
শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক
Top News

শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

October 31, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 31, 2025
চিনেমাৰ দৰে এক ঘটনা! এটা অট্টালিকাত একেলগে ২০টি শিশুৰ সৈতে ভয়ানক কাণ্ড…

October 30, 2025
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025