• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, November 2, 2025
21 °c
Guwahati
23 ° Mon
24 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

    শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অত্যধিক ৰীলচ চোৱাৰ ফলত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি?

Nation NE by Nation NE
November 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অত্যধিক ৰীলচ চোৱাৰ ফলত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি?
Share on FacebookShare on TwitterWhatsApp

প্ৰযুক্তিৰ দৰে দ্ৰুতগতিত মানুহৰ মগজুৰ বিকাশ অসম্ভৱ। মগজুৰ বিকাশ এক অবিৰত প্ৰক্ৰিয়া। কিন্তু আজিৰ প্ৰযুক্তিগত উন্নতিৰ অন্ধ দৌৰত শিশুসকল দ্ৰুতগতিত বয়সতকৈ অধিক পৰিপক্ক হৈ উঠিছে।

আমি এই কথা উপলব্ধি কৰাৰ সময়লৈকে ইতিমধ্যে বহু দেৰিয়েই হৈ গৈছে। আচলতে আমি বাস কৰা যুগত প্ৰযুক্তিৰ পৰিৱৰ্তনৰ গতিতকৈও বেছি দ্ৰুতগতিত প্ৰযুক্তি গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে, বেছিভাগেই শিশু বা যুৱক-যুৱতী।

কিন্তু এই প্ৰযুক্তিগত উন্নতি কেতিয়াবা আমাৰ বাবে অভিশাপ হৈ পৰে। সামাজিক মাধ্যমত চুটি ভিডিঅ’বোৰে (যাক ৰিলছ বুলি কোৱা হয়) মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়।

আপোনাৰ সন্তানে বিশেষকৈ ইনষ্টাগ্ৰাম, টিকটক, ফেচবুক, ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চোৱা ৰীলচ অৰ্থাৎ অত্যধিক পৰ্দাৰ সময়ে চকুৰ বিকাৰ বৃদ্ধিত অৰিহণা যোগাইছে। এই বিষয়ত বহু চকুৰ চিকিৎসকে সময়ে সময়ে নিজৰ মতামত ব্যক্ত কৰি আহিছে।

ইয়াৰ পূৰ্বে চিকিৎসকে ১ বা ২মিনিটৰ ৰীল (ভিডিঅ’) অত্যাধিক  চোৱাৰ ফলত মগজুত হোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে ই আমাৰ স্মৃতিশক্তি ধ্বংস কৰি আহিছে। আপোনাৰ স্মৃতিশক্তিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ স্পষ্টকৈ দেখা যায়।

আনকি চকুৰ চিকিৎসকে ইয়াক “ডিজিটেল চকুৰ ষ্ট্ৰেইনৰ নিৰৱ মহামাৰী” বুলিও অভিহিত কৰিছে। আনকি তেওঁলোকে স্পষ্ট কৰি দিছে যে ইয়াৰ ফলত চকু শুকান, ওচৰৰ দৃষ্টিশক্তি, চকুৰ চাপ, চকু টিপিয়াই থকা আদিৰ ক্ষেত্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।

চিকিৎসকৰ মতে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ৰীল চোৱাৰ বাবে চকুৰ পলকৰ হাৰ ৫০ শতাংশ হ্ৰাস পোৱা। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এই নীলা পোহৰে প্ৰায়ে মূৰৰ বিষ, মাইগ্ৰেইন, টোপনিৰ বিকাৰৰ সৃষ্টি কৰে। আনকি চিকিৎসকৰ মতে ২০৫০ চনৰ ভিতৰত বিশ্বৰ ৫০ শতাংশতকৈ অধিক জনসংখ্যা দূৰদৃষ্টিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।

Tags: HealthREELS

Related Posts

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
Top News

November 2, 2025
১১ বছৰৰ পাছত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ ছি জিনপিঙৰ; একনায়কত্ববাদী কিম জং উনৰ বিষয়ে কি আলোচনা কৰা হৈছিল?

দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী

অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ৯ জনৰ প্ৰাণহানি

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025