• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ৯ জনৰ প্ৰাণহানি

Nation NE by Nation NE
November 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ৯ জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলামৰ কাছিবুগ্গা মন্দিৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। মন্দিৰৰ ভিতৰত পদপিষ্ট হৈ ৯ জন লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে একাদশীত কাশীবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত ভক্তৰ যথেষ্ট ভিৰ সমবেত হৈছিল। এই সময়তে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ভক্তসকলৰ মৃত্যুক হৃদয় বিদাৰক বুলি অভিহিত কৰে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নাইডুৱে সামাজিক মাধ্যমত পোষ্ট যোগে কয় যে, শ্ৰীকাকুলাম জিলাৰ কাশীবুগ্গা ভেংকটেশ্বৰ মন্দিৰত হোৱা এই দুৰ্ঘটনাক লৈ গভীৰভাৱে শোক প্ৰকাশ কৰিছ। এই দুৰ্ভাগ্যজনক ঘটনাত ভক্তসকলে প্ৰাণ হেৰুৱাই পেলোৱাটো অতি দুখজনক।

আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে ষ্টেম্পেড স্থানত সাহায্যৰ কাম নিৰীক্ষণ কৰিবলৈ বিষয়া আৰু স্থানীয় নেতাসকলক নিৰ্দেশ দিয়া বুলিও তেওঁ কয়।

কাছিবুগা মহকুমাৰ ভাৰপ্ৰাপ্ত ডি এছ পি লক্ষ্মণ ৰাৱে জনোৱা মতে, পুৱা প্ৰায় ১১:৩০ বজাত ভেংকটেশ্বৰ মন্দিৰত সংঘটিত হয় এই হুলস্থুল। এই হুলস্থুলত পদপিষ্ট হৈ ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

Tags: Andhra PradeshstampedTemple

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025