• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

Nation NE by Nation NE
November 2, 2025
in Top News, অসম
0 0
পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

সৰভোগত অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে পত্নীয়ে উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ। পত্নী ঘৰত নথকাৰ সুযোগ লৈ অন্য মহিলা ঘৰলৈ আনি অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উঠিছে দিগন্ত ৰায় নামৰ আৰক্ষীৰ কনিষ্টবলজনৰ বিৰুদ্ধে।

সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দুৰামাৰী গাঁৱৰ গৃহৰক্ষী বাহিনীত কৰ্মৰত এগৰাকী মহিলাই নিজ স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামী তথা বৰ্তমান আলোপতি চৰ আৰক্ষী থানাত অসম আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত গোলাঘাটৰ ডেৰগাঁৱৰ দিগন্ত ৰায়ে দুগৰাকী পত্নী থকাৰ পাছতো চল-চাতুৰিৰে এই মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

বিয়াৰ পাছত স্বামীৰ প্ৰকৃত কথা গম পোৱাৰ পাছতো সকলো কথা মানি চলিছিল এইগৰাকী মহিলাই। মহিলাগৰাকীয়ে সৰভোগৰ দুৰামাৰী গাঁৱত থকা নিজৰ গৃহতেই আশ্ৰয় দিছিল কনিষ্টবল স্বামী দিগন্ত ৰায়ক। কিন্তু, তাৰ পাছতো বহুতো নাৰীৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলি আহিছিল কনিষ্টবল দিগন্ত ৰায়ে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, শুকুৰবাৰে দিনৰ ভাগত তেওঁ চাকৰিৰ সংক্ৰান্তত বৰপেটালৈ যোৱাৰ সময়তে স্বামী দিগন্ত ৰায়ে আমগুৰি ডেকাৰবড়ীৰ বেগম উপাধিৰ এগৰাকী মহিলাক পত্নীৰ সৰভোগ দুৰামাৰীস্থিত ঘৰলৈ আনি অবৈধ সম্পৰ্কত লিপ্ত হয়। গৃহৰক্ষী বাহিনীত কৰ্মৰত মহিলাগৰাকীয়ে এই সংক্ৰান্তত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত আৰক্ষী তথা প্ৰশাসনে কনিষ্টবল দিগন্ত ৰায়ৰ ওপৰত উপযুক্ত ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়।

Tags: #AssamFraudSARBHOG

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025