আপোনাৰ হাতত জুবিন গাৰ্গ সন্দৰ্ভত তথ্য আছে নেকি? যদি আছে তেন্তে আপুনিও আহিব পাৰে ন্যায়িক আয়োগলৈ। এইক্ষেত্ৰত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ আহ্বান।
তেওঁ কয়, ‘আপোনাৰ হাতত জুবিন গাৰ্গ সন্দৰ্ভত তথ্য আছে যদি, আহক ন্যায়িক আয়োগলৈ’। ন্যায়িক আয়োগক সহযোগিতা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাইজক স্বতঃফূৰ্তভাৱে সহযোগ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক ন্যায় দিবলৈ আয়োগৰ কাম-কাজত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে।












