• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰিত্ৰৰ দোষৰ বাবে ৰঙাঘৰৰ আলহী ৬০ বছৰীয়া বৃদ্ধ! টিউছন কৰিবলৈ অহা কিশোৰীক সৈতে কুকৰ্ম কৰাৰ অভিযোগ

Nation NE by Nation NE
November 9, 2025
in Top News, অসম
0 0
চৰিত্ৰৰ দোষৰ বাবে ৰঙাঘৰৰ আলহী ৬০ বছৰীয়া বৃদ্ধ! টিউছন কৰিবলৈ অহা কিশোৰীক সৈতে কুকৰ্ম কৰাৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

কিশোৰীৰ সৈতে কুকৰ্ম কৰি আটক হৈছে এগৰাকী ৬০ বছৰীয়া বৃদ্ধ। টিউছন কৰিবলৈ অহা কিশোৰীক সৈতে কুকৰ্ম কৰাৰ অভিযোগ এইগৰাকী বৃদ্ধৰ বিৰুদ্ধে।

কামৰূপৰ বংশৰত হৈছে এই জঘন্য ঘটনা। টিউছন কৰিবলৈ অহা কিশোৰীৰ সৈতে কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন ৬০ বছৰীয়া সৰুৰাম দাসৰ বিৰুদ্ধে। ঘটনাৰ বিৱৰণ অনুসৰি সৰুৰাম দাসৰ পুত্ৰ-বোৱাৰীয়ে ঘৰতে টিউচন লয় কেইবাজনো ছাত্ৰ-ছাত্ৰীক। চলিত মাহৰ ৭ তাৰিখ অৰ্থাত শুকুৰবাৰে পুৱা ১০ বজাত টিউচন ল’বলৈ আহিছিল এগৰাকী কিশোৰী। সেই সময়ত ঘৰৰ বাৰান্দাতে বহি থকা সৰুৰাম দাসে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰী গৰাকীৰ সৈতে অপকৰ্ম কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হয়। সৰুৰামৰ কৱলৰ পৰা কোনো মতে নিজকে ৰক্ষা কৰি পলায়ণ কৰা কিশোৰী গৰাকীয়ে ঘৰত গৈ সকলো কথা মাতৃক অৱগত কৰাৰ পিছতে পোহৰলৈ আহে সৰুৰামৰ প্ৰকৃত চৰিত্ৰ।

ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত সৰুৰামক গ্ৰেপ্তাৰ কৰে শুৱালকুচি আৰক্ষীয়ে। এজাহৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Tags: #AssamHajomolest

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025