• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৰমে দহিছে দিল্লীবাসীক, ১০ বছৰৰ অভিলেখ ভংগ ৰাজধানীত

Nation NE by Nation NE
July 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
গৰমে দহিছে দিল্লীবাসীক, ১০ বছৰৰ অভিলেখ ভংগ ৰাজধানীত
Share on FacebookShare on TwitterWhatsApp

গৰমে ভংগ কৰিছে পূৰ্বৰ অভিলেখ। এফালে যদি ধাৰাসাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচলত। আনফালে আকৌ প্ৰচণ্ড গৰমত দহিছে দেশৰ ৰাজধানী দিল্লীবাসীক।

মঙলবাৰে দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.৩ ডিগ্ৰী চেলচিয়াছ। যি ঋতুৰ গড়তকৈ পাঁচ গুণ বেছি আছিল। এই বছৰৰ জুলাইত পূৰ্বৰ উচ্চ তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰী চেলচিয়াছ।

জুলাই মাহত দিল্লীবাসীয়ে প্ৰচণ্ড গৰম আৰু আৰ্দ্ৰতাৰ সন্মুখীন হৈছে। গড়ে নিম্নতম তাপমাত্ৰা ২৭.৭ ডিগ্ৰী চেলচিয়াছ নথি ভুক্ত কৰা হৈছিল দিল্লীত। বিগত ১০ বছৰৰ অভিলেখ ভংগ কৰিছে দিল্লীৰ তাপমাত্ৰাই।

পূৰ্বতে দিল্লীত জুলাইত সৰ্বাধিক তাপমাত্ৰা হয় প্ৰায় ৩৫.৬ ডিগ্ৰী চেলচিয়াছ। কিন্তু চলিত বৰ্ষত  তাপমাত্ৰা আৰু আৰ্দ্ৰতা যথেষ্ট বেছি আছিল। কিয়নো দিল্লীত বৰষুণৰ পৰিমান যথেষ্ট কম আছিল।

উল্লেখ্য যে, বিগত বছৰৰ তুলনাত বৰ্তমানলৈকে দিল্লীত বৰষুণৰ পৰিমাণ ৮২ শতাংশ হ্ৰাস পাইছে। ইয়াৰ উপৰিও এই বছৰত ৰাজধানীখনত ১ ৰ পৰা ৩০ জুলাইৰ ভিতৰত বৰষুণ হৈছে ২০৩ মিমি । বিগত বছৰত একে সময়তে ৩৮৪ মিমি বৰষুণ নথিভুক্ত কৰা হৈছিল।

উল্লেখ্য যে, ২০২৩ চনৰ জুলাইত হোৱা সামগ্ৰিক বৰষুণ স্বাভাৱিকতকৈ ৮৩ শতাংশ অধিক আছিল। বিগত বছৰৰ জুলাইত ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ কেইবাটাও অঞ্চল বানপানীত প্লাবিত হৈছে।

Tags: #Assam#DelhiDelhi Hot newsrecord break

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025