• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছ’চিয়েল মিডিয়াত ৰিলছ বনাই বিপদত উদণ্ড বাইকাৰ্চ ! আৰক্ষীয়ে দিলে উচিত শিক্ষা

Nation NE by Nation NE
August 1, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ছ’চিয়েল মিডিয়াত ৰিলছ বনাই বিপদত উদণ্ড বাইকাৰ্চ ! আৰক্ষীয়ে দিলে উচিত শিক্ষা
Share on FacebookShare on TwitterWhatsApp

ছ’চিয়েল মিডিয়াত নিজকে ভাইৰেল কৰিবলৈ বৰ্তমান সময়ত বহুতে কৰে বিভিন্ন ধৰণৰ নীতি বৰ্হিভূত কাম। একাংশই ৰিলছ বনালে নামানে গুৰু গোঁসাই, নামানে আৰক্ষী কিম্বা প্ৰসাশনৰ কোনো নিয়ম। লাগে সস্তীয়া জনপ্ৰিয়তা, লাগে কেইটামান লাইক আৰু চাবছক্ৰাইবাৰ।

কেইটামান লাইকৰ বাবে ভৰিৰে মোহাৰি পেলাব পাৰে সকলো আৰক্ষী তথা প্ৰশাসনৰ নিয়ম। এনে এক ঘটনাই সংঘটিত হৈছে পঞ্জাৱৰ লুধিয়ানাত।

অৰ্ধনগ্ন যুৱকে নিজৰ শৰীৰ উলিয়াই ৰাজপথত দেখালে বাইক ষ্টান্ত আৰু কিছু মুহুৰ্তৰ পাছতেই ভাইৰেল হৈ পৰিল ভিডিঅ’।

পঞ্জাৱৰ লুধিয়ানা জিলাৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েনচাৰ বিশাল ৰাজপুটে কেইটামান লাইক আৰু চাবছক্ৰাইবৰ বাবে ৰাজপথতেই গৈ থকা বাইকৰ ওপৰত বনালে ভিডিঅ’।  ভিডিঅ’ত স্পষ্টৰূপে দেখা গৈছে বিশালে নিজৰ চোলা খুলি দেখাই আছে বিভিন্ন দুঃসাহকিক ষ্টান্ত।

অৱশ্যে ভিডিঅ’টো বিশালে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত শ্বেয়াৰ কৰাৰ কিছু সময় পিছতে ভাইৰেল হৈ পৰিল আৰু তেতিয়াই চকু পৰিল লুধিয়ানা আৰক্ষীৰ। আৰক্ষীয়ে বিচাৰি উলিয়াই কেইবা হাজাৰ টকাৰ জৰিমনা বিহিলে বিশালক।

উল্লেখ্য যে, এনে উদণ্ড বাইকাৰ্চৰ বাবেই বহু সময়ত সংঘটিত হৈ আহিছে বহু অপ্ৰীতিকৰ ঘটনা। যাৰ বাবে অকালতেই প্ৰাণ গৈছে বহুতো নিৰিহ লোকৰ আৰু পংগুত্ব জীৱন কটাইছে অসংখ্য লোকে।

Tags: IndiaInsta too: Cops are making reelsLudhianapunjubRoad stunts can now backfire on FB

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025