• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

Nation NE by Nation NE
December 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ ছিডনীত সংঘটিত হয় ভয়ংকৰ গুলীচালনা। এই গুলীচালনাত বৰ্তমানলৈকে ১৬ জনকৈ লোকে নিজৰ প্ৰাণ হেৰুৱাইছে। ১৪ ডিচেম্বৰত ছিডনীৰ বণ্ডি বিচত হানুকা উদযাপন অনুষ্ঠিত হৈছিল। সেই দিনটোত সন্ধিয়া দুই আক্ৰমণকাৰীয়ে গুলীচালনা কৰে।

এক প্ৰতিবেদন অনুসৰি এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী আছিল এজন পিতৃ-পুত্ৰ, ইয়াৰে এজনৰ থিতাতে প্ৰাণহানি হয়। এই আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিও উত্তপ্ত কৰি তুলিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ চৰকাৰক ইহুদী বিৰোধীতাক প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। নেতান্যায়াহুৱে কয় যে, পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ দৰে সিদ্ধান্তই ইহুদী বিৰোধীতাক উচটনি দিয়ে আৰু বিশ্বব্যাপী ইহুদী বিৰোধীতাৰ বিৰুদ্ধে দৃঢ় স্থিতি অতি প্ৰয়োজনীয়। অষ্ট্ৰেলিয়াৰ নিৰাপত্তা সংস্থাসমূহ হাই এলাৰ্টত আছে, আৰু সন্ত্ৰাসবাদী এংগেলকে ধৰি এই কাণ্ডৰ সম্যক তদন্ত চলি আছে।

অষ্ট্ৰেলিয়াৰ তদন্তকাৰী সংস্থাই অভিযুক্তৰ পটভূমি পৰীক্ষা আৰম্ভ কৰিছে। আক্ৰমণকাৰীক পিতৃ-পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীতে ৫০ বছৰীয়া পিতৃৰ মৃত্যু হোৱাৰ বিপৰীতে ২৪ বছৰীয়া পুত্ৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হয়। তেওঁ আৰক্ষীৰ জিম্মাতো আছে। ইহুদীসকলৰ হানুকা উৎসৱক লক্ষ্য কৰি এই আক্ৰমণত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪২ জন আহত হয়।

ছিডনী আক্ৰমণৰ সৈতে পাকিস্তানৰ সংযোগৰ কথা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াৰ তদন্তকাৰী সংস্থাসমূহে এই বিষয়টোক গুৰুত্বসহকাৰে লৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই আক্ৰমণৰ লগত জড়িত পিতৃ-পুত্ৰক পাকিস্তানী মূলৰ বুলি চিনাক্ত কৰা হৈছে।

Tags: AustraliaSydney

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?
Top News

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025