সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। এই সময়তে NATION NE-ৰ হাতত আহিছে কংগ্ৰেছ আৰু বিৰোধীৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। এই তালিকাখন হ’ল-
- ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ (CPIM)
- খোৱাং সমষ্টিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ (AJP)
- নাজিৰা সমষ্টিত প্ৰাৰ্থী দেৱব্ৰত শইকীয়া (কংগ্ৰেছ)
- তিতাবৰ সমষ্টিত প্ৰাৰ্থী গৌৰৱ গগৈ/ ভাস্কৰজ্যোতি বৰুৱা (কংগ্ৰেছ)
- নাওঁবৈছা সমষ্টিত প্ৰাৰ্থী- জেপি দাস (কংগ্ৰেছ)
- চাবুৱা-লাহোৱাল সমষ্টিত প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ (কংগ্ৰেছ)
- সৰুপথাৰ সমষ্টিত প্ৰাৰ্থী ৰোজলিনা তিৰ্কী (কংগ্ৰেছ)
- লখিমপুৰ সমষ্টিত প্ৰাৰ্থী ৰাণী নৰহ (কংগ্ৰেছ, প্ৰায় নিশ্চিত)
- ৰঙানদী সমষ্টিত প্ৰাৰ্থী ভূপেন বৰা (কংগ্ৰেছ)
- ৰূপহীহাট সমষ্টিত প্ৰাৰ্থী নুৰুল হুদা (কংগ্ৰেছ)
- চামগুৰি সমষ্টিত প্ৰাৰ্থী তানজিল হুছেইন (কংগ্ৰেছ)
- বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থী ৰাজেন গোঁহাই (AJP)
- দিছপুৰ সমষ্টিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ (কংগ্ৰেছ)
- বাকা বেতবাৰী সমষ্টিত প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ (কংগ্ৰেছ)
- চেঙা সমষ্টিত প্ৰাৰ্থী আব্দুল ৰহিম আহমেদ (কংগ্ৰেছ)
- নলবাৰী সমষ্টিত প্ৰাৰ্থী অশোক শৰ্মা (কংগ্ৰেছ)
- অভয়াপুৰী সমষ্টিত প্ৰাৰ্থী প্ৰদীপ সৰকাৰ (কংগ্ৰেছ)
- মন্দিয়া সমষ্টিত প্ৰাৰ্থী আব্দুল খালেক (কংগ্ৰেছ)
- বিহালী সমষ্টিত CPI(ML)L
- মঙলদৈ সমষ্টিত প্ৰাৰ্থী ৰিজুমণি তালুকদাৰ (কংগ্ৰেছ)
- কমলপুৰ সমষ্টিত প্ৰাৰ্থী সত্যব্ৰত কলিতা (কংগ্ৰেছ)
- ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থী বিনন্দ শইকীয়া (কংগ্ৰেছ)
- বকো- ছয়গাঁও সমষ্টিত প্ৰাৰ্থী ৰঞ্জন ৰাভা (কংগ্ৰেছ)
- শিলচৰ সমষ্টিত প্ৰাৰ্থী তামাল বণিক (কংগ্ৰেছ)
- সোণাই সমষ্টিত প্ৰাৰ্থী আমিনুৰ হক লস্কৰ (কংগ্ৰেছ)
- বিৰছিং জোৰুৱা সমষ্টিত প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী (কংগ্ৰেছ)
- গৌৰীপুৰ সমষ্টিত প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰ (কংগ্ৰেছ)
- লামডিং সমষ্টিত প্ৰাৰ্থী স্বপন কৰ (কংগ্ৰেছ)
- হাফলং সমষ্টিত প্ৰাৰ্থী নিৰ্মল লাংথাছা (কংগ্ৰেছ)










