• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শীঘ্ৰে চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি! কি হ’ব বাণিজ্যিক শুল্কৰ?

Nation NE by Nation NE
January 7, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষৰ প্ৰথম ছমাহতে হ’ব পাৰে ভাৰত আৰু আমেৰিকাৰ মাজত বহু প্ৰত্যাশিত বাণিজ্যিক চুক্তি। এই মন্তব্য কৰে ইউৰেচিয়া গ্ৰুপৰ মুৰব্বী তথা প্ৰখ্যাত বিশ্লেষক ইয়ান ব্ৰেমাৰে। তেওঁৰ মতে ২০২৬ চনত ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক বৃদ্ধি ভাৰতৰ বাবে ডাঙৰ বিপদও নহ’বও পাৰে।

ব্ৰেমাৰৰ মতে ২০২৫ চনত এই বিষয়টো উল্লেখযোগ্য আছিল যদিও ২০২৬ চনত ইয়াৰ গুৰুত্ব বহু পৰিমাণে হ্ৰাস পাব। এক সাক্ষাৎকাৰত ইয়ান ব্ৰেমাৰক ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ সময়সীমাৰ বিষয়ে সোধা হৈছিল। তেওঁ স্পষ্টভাৱে কয় যে, ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি চলিত বৰ্ষৰ প্ৰথমাৰ্ধত হোৱাৰ সম্ভাৱনা আছে।

ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ আলোচনা কেইবামাহো ধৰি চলি আছে যদিও ২০২৫ চনৰ আগষ্ট মাহত আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সময়ত দুয়োখন দেশৰ মাজত সম্পৰ্ক তিতা হৈ পৰে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাৰ বাবেই এই শুল্ক আৰোপ কৰা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তিমবাৰৰ বাবে ১১ ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰিছিল। এই কথা-বতৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ কিছু সময়ৰ পাছতেই হৈছিল। ডিচেম্বৰ মাহত আমেৰিকাৰ উপ-বাণিজ্য প্ৰতিনিধি ৰিক ছুইজাৰৰ ভাৰত ভ্ৰমণৰ পিছতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনা উন্নত পৰ্যায়ত আছে বুলি উল্লেখ কৰে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে বুলি উল্লেখ কৰে যদিও শুল্ক সন্দৰ্ভত মতানৈক্য আছে। ট্ৰাম্পে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ অতি ভাল সম্পৰ্ক আছে, কিন্তু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ তেওঁ মোদীৰ ওপৰত অসন্তুষ্ট। অৱশ্যে ভাৰতে এতিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয় বহু পৰিমাণে হ্ৰাস কৰিছে।

বাণিজ্য চুক্তিৰ পৰিস্থিতিৰ অহৰহ পৰিৱৰ্তন আৰু নিৰ্দিষ্ট সময়সীমাৰ অভাৱে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ ওপৰত বিশেষকৈ নতুন বিত্তীয় বৰ্ষৰ আগত হেঁচা বৃদ্ধি কৰিছে। আমেৰিকাই আৰোপ কৰা ৫০% শুল্কই ভাৰতৰ বহু ঘৰুৱা ৰপ্তানি খণ্ডত ভয়াৱহ প্ৰভাৱ পেলাইছে। ইয়াৰ ভিতৰত চামৰা, ৰাসায়নিক সামগ্ৰী, জোতা, ৰত্ন আৰু গহনা, বস্ত্ৰশিল্প, উদ্যোগ আদি অন্যতম। অনাগত দিনত এই খণ্ডসমূহে সকাহ পোৱাৰ সম্ভাৱনা আছে।

Tags: AmericaRussiaTrump

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025