• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 9, 2026
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা, তাৰিক ৰহমান দলৰ যুৱ নেতাক গুলীয়াই হ*ত্যা

Nation NE by Nation NE
January 8, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা, তাৰিক ৰহমান দলৰ যুৱ নেতাক গুলীয়াই হ*ত্যা
Share on FacebookShare on TwitterWhatsApp

আগন্তুক নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত ৰাজনৈতিক হিংসা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাযায়। ৭ জানুৱাৰীৰ নিশা ৰাজধানী ঢাকাত বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ যুৱ নেতা আজিজুৰ ৰহমান মুছাব্বিৰক গুলীয়াই হত্যা কৰে অজ্ঞাত আক্ৰমণকাৰীয়ে।

যি সময়ত দেশখনত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ আছে আৰু ১২ ফেব্ৰুৱাৰীত ভোটদানৰ দিন ধাৰ্য কৰা হৈছে, সেই সময়তে এই ঘটনা সংঘটিত হৈছে। এই হত্যাকাণ্ডই বাংলাদেশৰ অৱনতি ঘটা আইন-শৃংখলা পৰিস্থিতি আৰু নিৰ্বাচনী পৰিৱেশক লৈ পুনৰ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

আৰক্ষী আৰু দলৰ সূত্ৰ অনুসৰি, আজিজুৰ ৰহমান মুছাব্বিৰ ঢাকা মেট্ৰ’পলিটান নৰ্থ ভলান্টিয়াৰ পাৰ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। ৭ জানুৱাৰীৰ নিশা প্ৰায় ৮:৩০ বজাত বশুন্ধৰা চিটি শ্বপিং কমপ্লেক্সৰ সমীপৰ ছুপাৰ ষ্টাৰ হোটেলৰ সমীপৰ কৰৱান বজাৰ অঞ্চলত তেওঁক আক্ৰমণ কৰা হয়। এই অঞ্চলটো ঢাকাৰ অন্যতম ব্যস্ত বাণিজ্যিক অঞ্চল।

প্ৰাথমিক তথ্য অনুসৰি, আক্ৰমনকাৰীয়ে ওচৰৰ পৰা মুছাব্বিৰৰ ওপৰত কেইবাটাও গুলীচালনা কৰি পলায়ন কৰে। গুলীবিদ্ধ হোৱাৰ পিছত ঘটনাস্থলীতে তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে। এই আক্ৰমণত আন এজন ব্যক্তিও আহত হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, আহতজনৰ অৱস্থা বৰ্তমান সুস্থিৰ।

তেজগাঁও সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ফজলুল কৰিমে স্থানীয় সংবাদ মাধ্যমৰ আগত জনোৱা মতে, প্ৰথমে দুয়োজন লোকক বি আৰ বি হাস্পতাললৈ লৈ যোৱা হৈছিল। পিছত মুছাব্বিৰক পন্থাপাথ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পেটত গুলীৰ আঘাতত মৃত্যু হয়। আনজন আহতক উন্নত চিকিৎসাৰ বাবে ঢাকা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

এই হত্যাকাণ্ডক বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পোৱা ৰাজনৈতিক হিংসাৰ অংশ হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ এজন জুবো দলৰ নেতাক গুলীয়াই হত্যা কৰা হৈছে। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত ৰাজনৈতিক অস্থিৰতাৰ মাজতে ইনকিলাব মঞ্চৰ নেতা ওছমান হাদীকো হত্যা কৰা হৈছিল। জুলাই মাহত ৰাজহুৱা বিদ্ৰোহৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ পিছৰে পৰা দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তেজিত হৈ আছে।

গুলীচালনাৰ পিছতে কৰৱান বজাৰ এলেকাত উত্তেজনা বিয়পি পৰে। ক্ষুব্ধ লোকে SAARC Fountain ছেক্সনত পথ অৱৰোধ কৰি গভীৰ নিশালৈকে যাতায়ত ব্যাহত কৰি ৰাখে। প্ৰায় ১০:৩০ বজাত সেনা জোৱান ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক মুকলি কৰি পথ মুকলি কৰি দিয়ে।

পিছত প্ৰতিবাদকাৰীসকল উভতি আহিলেও নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি সাৱধানে যান-বাহন পাৰ হ’বলৈ দিয়ে। পৰিস্থিতি তীব্ৰতৰ হোৱাৰ পৰা কেইবা ঘণ্টা ধৰি ঘটনাস্থলীত আৰক্ষী আৰু সেনাৰ দল নিয়োজিত হৈ থাকে। বৰ্তমান আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ অনুসন্ধান অভিযান চলি আছে যদিও ৮ জানুৱাৰীৰ পুৱালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Tags: BangladeshElectionViolence

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 9, 2026
ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…
Top News

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

January 9, 2026
কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
Top News

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

January 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 9, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ভোগালী বিহু, পোংগল, লোহৰী উৎসৱৰ তাৎপৰ্য কি? জানক সবিশেষ…

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025