• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 15, 2026
19 °c
Guwahati
19 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    “জাতিতকৈ ৰাজনৈতিক দল ডাঙৰ নহয়”, যোগদানৰ ২দিন পিছতেই ত্যাগ কৰিলে কংগ্ৰেছ দল…

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    ভোগালী বিহুৰ সময়তে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ আহিছে ডাঙৰ খবৰ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোগালী বিহুৰ সময়তে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ আহিছে ডাঙৰ খবৰ…

Nation NE by Nation NE
January 14, 2026
in Top News, অসম
0 0
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
Share on FacebookShare on TwitterWhatsApp

ভোগালী বিহুৰ সময়তে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ আহিছে এক ডাঙৰ খবৰ।জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বিশেষ অধিবক্তাৰ দল নিযুক্তি দিয়া হৈছে।

জুবিন হত্যা গোচৰত ওকালতি কৰিবলৈ ৰাজ্য চৰকাৰৰ অধিবক্তাৰ দল নিযুক্তি দিয়া হৈছে। কেবিনেটৰ অনুমোদন মৰ্মে এই ৫ অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যপালে। জুবিন হত্যা গোচৰৰ ওকালতিত SPECIAL PUBLIC PROSECUTOR হিচাপে থাকিব জিয়াউল কামাৰ।তেওঁক সহায় কৰিব ADDITIONAL SPECIAL PUBLIC PROSECUTOR ব্ৰজেন্দ্ৰ মোহন চৌধুৰীয়ে। লগত থাকিব ASSISTANT SPECIAL PUBLIC PROSECUTOR কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰে।

ইফালে আজি ছিংগাপুৰৰ আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।ছিংগাপুৰ আৰক্ষীয়েও প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ কৰিছিল তদন্ত। অৱশ্যে প্ৰাথমিক তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ কোনো অস্বাভাৱিক পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে।

কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালততো চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ১৭ জানুৱাৰীত আছে গুৱাহাটী ছেছন কোৰ্টত আছে গোচৰটোৰ চতুৰ্থটো শুনানি।

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এতিয়াও অব্যাহত আছে ডিজিটেল প্ৰতিবাদ। ফেচবুকত ৭.২ মিলিয়ন অতিক্ৰম কৰিছে #JusticeForZubeenGarg হেছটেগৰ সংখ্যাই।

Tags: #Assam#JusticeForZubeenGarg

Related Posts

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

January 15, 2026
১৫ জানুৱাৰীত কিয় পালন কৰা হয় ভাৰতীয় সেনা দিৱস? জানক সবিশেষ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 15, 2026
১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…
Top News

১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…

January 14, 2026

শীৰ্ষ সংবাদ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা

১৫ জানুৱাৰীত কিয় পালন কৰা হয় ভাৰতীয় সেনা দিৱস? জানক সবিশেষ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ভয়ংকৰ কাণ্ড, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025