• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 12, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • উত্তৰ-পূব মহাকাশবিজ্ঞানীৰ যুগান্তকাৰী পদক্ষেপ। আজি মহাকাশৰ বুকুত ইতিহাস ৰচিব উত্তৰ-পূৱে। পুৱা ১০.১৭ বজাত উত্তৰ-পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ LACHIT-1 উৎক্ষেপণ। শ্ৰীহৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ISRO PSLV-C62 ৰকেটৰ সহযোগত উৎক্ষেপণ কৰা হ’ব উপগ্ৰহটো। হায়দৰাবাদৰ মহাকাশ সংস্থা ধ্ৰুৱ স্পেছৰ সহযোগিতাত প্ৰস্তুত কৰা হৈছে উপগ্ৰহটো।
  • ভোগৰ উৎসৱ ভোগালী বিহুক উখল-মাখল হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। পিছে এই বিহুৰ বতৰত ৰাজ্যত বজাৰসমূহত সকলো সামগ্ৰীৰ জুই-চাই মূল্য হৈছে। গুৱাহাটীৰ গণেশগৰি বজাৰত প্ৰতিযোৰ নাৰিকলৰ মূল্য হৈছে ২৫০ টকা, প্ৰতিকেজি তিলৰ মূল্য হৈছে ২৩০-২৪০ টকা, প্ৰতি পেকেট নাৰিকলৰ পিঠাৰ মূল্য ৬৫-৭০ টকা, প্ৰতি লিটাৰ দৈ ২০০ টকা, ১০০ টকা প্ৰতিকেজি সান্দহ গুৰিত আদি সকলোতে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য।
  • কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ মাচিমপুৰৰৰ চুবেদাৰবস্তি অঞ্চলত উৰি অহা এটি ডাঙৰ বেলুন উদ্ধাৰ হয়। কৃষিভূমিৰ ওপৰত হঠাতে অৱতৰণ কৰা অস্বাভাৱিক অকাৰৰ বেলুনটো দেখি আতংকিত হৈ পৰে স্থানীয় ৰাইজ। ইয়াৰ পিছতে এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰথমিক অনুসন্ধান আৰম্ভ কৰে। এই বেলুনটো বাংলাদেশৰ চিলেট জিলাৰ পৰা অহা বুলি অনুমান কৰা হয়। কিয়নো বেলুনটোৰ ওপৰত বাংলাদেশৰ চিলেট জিলাৰ এখন বিদ্যালৰ নাম আৰু ল’গ’ মুদ্ৰিত হৈ আছিল। লগতে বাংলাদেশৰ ৩ গৰাকী ব্যক্তিৰ ফটোও এই বেলুনটোত আছিল। সময়মতে আৰক্ষীয়ে এই বেলুনটো জব্দ কৰি ৰাইজক উত্তেজিত নহ’বলৈ সকীয়াই দিয়ে।
  • জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ সীমান্তৰ বহুকেইখন ড্ৰ’ন পৰিলক্ষিত হৈছে। তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চিৰ বিভিন্ন অঞ্চলত মুঠ ৫ খন ড্ৰ’ন দেখা গৈছে। সীমান্তৰ সমীপত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে পাকিস্তানে। যাৰ ফলত নিৰাপত্তা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে। অৱশ্যে ইয়াৰ এখন ড্ৰ’ন সেনাৰ গুলীৰে ধ্বংস কৰা হৈছে। নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চিৰ বিভিন্ন অঞ্চলত মুঠ ৫ খন ড্ৰ’ন দেখা গৈছে।
  • বৰ্তমান ইৰাণে বছৰ বছৰ ধৰি আটাইতকৈ অস্থিৰ সময়ছোৱাৰ সন্মুখীন হৈছে। দেশজোৰা চৰকাৰ বিৰোধী প্ৰতিবাদ আৰম্ভ হোৱাৰ দুসপ্তাহ পাৰ হৈ যায়। প্ৰতিবাদত বৰ্তমানলৈকে ৫০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে আৰু ১০ হাজাৰৰো অধিক লোকক আটক কৰা হৈছে। ইৰাণত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিবাদৰ মাজতে আমেৰিকাৰ হস্তক্ষেপৰ আশংকা বৃদ্ধি পাইছে। আমেৰিকাৰ পৰা পোৱা বিবৃতি, সামৰিক ব্রিফিং আৰু কূটনৈতিক সংকেতে ইৰাণৰ চলি থকা পৰিস্থিতিত আমেৰিকাই প্ৰত্যক্ষ হস্তক্ষেপৰ কথা চিন্তা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে৷
Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025