• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 14, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু। হেঁপাহৰ ভোগালী বিহু অসমীয়া জাতিৰ গৌৰৱ আৰু পৰিচয়ৰ এক অমলিন পৰম্পৰা। চহকী ঐতিহ্য-পৰম্পৰাৰে সমৃদ্ধ বাপতিসাহোন ভোগালী বিহুটিয়ে যেন সকলোৰে জীৱন সুখ-শান্তি, সমৃদ্ধিৰে উপচাই তোলক, তাৰেই প্ৰাৰ্থনা কৰিছে প্ৰতিজন অসমীয়াই। মেজিৰ পবিত্ৰ অগ্নিয়ে অপায়-অমংগল দূৰ কৰি সম্প্ৰীতিৰ বান্ধোন গঢ়ি তোলাৰ প্ৰাৰ্থনা কৰিছে সকলোৱে। সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল।
  • আজি সমগ্ৰ ভাৰতত মকৰ সংক্ৰান্তি অতি উলহ-মালহেৰে পালন কৰা হয়৷ এই উৎসৱক ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। পঞ্জাৱত মকৰ সংক্ৰান্তিক লোহৰী নামেৰে জনা যায়। লোহৰি উৎসৱক লাল লোহি নামেৰেও জনাজাত। বিহাৰ আৰু উত্তৰ প্ৰদেশত খিচড়ি পৰ্ব হিচাপে পালন কৰা হয়, য’ত সকলোৱে লগে-ভাগে চাউল-দাইলেৰে তৈয়াৰী খাদ্য প্ৰস্তুত কৰি দান কৰে। গুজৰাট আৰু ৰাজস্থানত উত্তৰায়ণ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত পোংগল, মহাৰাষ্ট্ৰ আৰু তেলেংগানাত মকৰ সংক্ৰান্তি, অসমত ভোগালী বিহু এই উৎসৱ পালন কৰা হ’ব৷
  • ভোগালী বিহুৰ সময়তে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ আহিছে এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তি দিয়া হৈছে। জুবিন হত্যা গোচৰত ওকালতি কৰিবলৈ ৰাজ্য চৰকাৰৰ অধিবক্তাৰ দল নিযুক্তিৰ সিদ্ধান্তত অনুমোদন ৰাজ্যপালৰ। কেবিনেটৰ অনুমোদন মৰ্মে এই ৫ অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ ৰাজ্যপালৰ। জুবিন হত্যা গোচৰৰ ওকালতিত SPECIAL PUBLIC PROSECUTOR হিচাপে থাকিব জিয়াউল কামাৰ।লগতে তেওঁক সহায় কৰিব ADDITIONAL SPECIAL PUBLIC PROSECUTOR ব্ৰজেন্দ্ৰ মোহন চৌধুৰীয়ে।
  • টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৩ জনকৈ লোক। পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চফা কৰি থকা অৱস্থাত এখন স্ক’পিঅই মহতিয়াই নিয়ে আটাইকেইজনক। আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজন যুৱকৰ ইতিমধ্যে মৃত্যু হয়। নিহত যুৱক দুজন হৈছে অভিজিত ফুকন, অমৃত গগৈ। আনহাতে আহত যুৱক তিনিজন হৈছে প্ৰাণজিৎ গগৈ, মানস গগৈ, পোণাকণ। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক ন-বিজেপি নেতা মিণ্টু গগৈ সম্প্ৰতি পলাতক।
Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025