• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এই ৩খন ডাঙৰ মুছলমান দেশে বন্ধ কৰিলে ইৰাণৰ ওপৰত আক্ৰমণ, জানক সবিশেষ…

Nation NE by Nation NE
January 16, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এই ৩খন ডাঙৰ মুছলমান দেশে বন্ধ কৰিলে ইৰাণৰ ওপৰত আক্ৰমণ, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্য আকৌ এবাৰ ভয়াৱহ যুদ্ধ সংকটৰ সন্মুখীন। আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যক অস্থিৰ কৰি তোলে। পৰিস্থিতি ইমানেই অৱনতি ঘটে যে যিকোনো মুহূৰ্ততে সামৰিক সংঘৰ্ষৰ সৃষ্টি হ’ব পাৰে। এই জটিল সন্ধিক্ষণত চৌদি আৰব, কাটাৰ আৰু ওমানে সক্ৰিয় কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, যিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

উপসাগৰীয় বিষয়াসকলে ১৫ জানুৱাৰীত উল্লেখ কৰে যে, আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা শিখৰত উপনীত হৈছে। যুদ্ধৰ সম্ভাৱনা ৰোধ কৰিবলৈ ছৌদি আৰব, কাটাৰ আৰু ওমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সঘনাই আলোচনা কৰে। এই দেশসমূহে ট্ৰাম্পৰ সন্মুখত উল্লেখ কৰে যে, ইৰাণক নিজৰ উদ্দেশ্য স্পষ্ট কৰাৰ সুযোগ দিয়া উচিত। উপসাগৰীয় বিষয়াসকলে এই প্ৰচেষ্টাক শেষ মুহূৰ্তৰ কূটনৈতিক কৌশল বুলিও অভিহিত কৰে।

উল্লেখ্য যে, ইৰাণৰ প্ৰতিবাদ আৰু দমনৰ অভিযোগৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল আমেৰিকাই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও কঠোৰ স্থিতি গ্ৰহণ কৰে। উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটি আৰু যুদ্ধ জাহাজৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ভাবুকি দিছিল তেহৰানে। উত্তেজনা ইমানেই বৃদ্ধি পায় যে মধ্যপ্ৰাচ্যৰ সৰ্ববৃহৎ আমেৰিকাৰ সামৰিক ঘাটি বুলি গণ্য কৰা কাটাৰৰ আল-উদেইদ বিমান ঘাটিৰ পৰা আমেৰিকাই সামৰিক জোৱান আঁতৰাবলৈ বাধ্য হয়। আল-উদেইদ বিমান ঘাটিৰ পৰা আমেৰিকাৰ জোৱান সাময়িকভাৱে প্ৰত্যাহাৰ কৰাটোৱে পৰিস্থিতিৰ ভয়াৱহতাৰো সংকেত দিয়ে। আঞ্চলিক সূত্ৰৰ মতে, এই পদক্ষেপৰ পিছত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ নিৰাপত্তা সংস্থাসমূহে সতৰ্ক হৈ পৰে। যুদ্ধৰ সম্ভাৱনাৰ আশাত সামৰিক কাৰ্যকলাপৰ পৰিৱৰ্তনও কৰা হৈছিল।

এক প্ৰতিবেদন অনুসৰি, ছৌদি আৰবৰ এজন জ্যেষ্ঠ বিষয়াই আমেৰিকাৰ নেতৃত্বক স্পষ্টভাৱে সকীয়াই দিছিল যে ইৰাণৰ ওপৰত আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ বাবে বিধ্বংসী পৰিণতি হ’ব পাৰে। এই বিষয়াগৰাকীৰ মতে, যিকোনো সামৰিক ব্যৱস্থাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যাব পাৰে। উপসাগৰীয় দেশসমূহে কেৱল আমেৰিকাৰ সৈতে নহয়, ইৰাণৰ সৈতেও পোনপটীয়াকৈ যোগাযোগ কৰিছিল। ইৰাণক এই স্পষ্ট বাৰ্তা দিয়া হৈছিল যে উপসাগৰীয় অঞ্চলত আমেৰিকাৰ ঘাটিসমূহ আক্ৰমণ কৰিলে আঞ্চলিক দেশসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব। এই সতৰ্কবাণীয়ে উত্তেজনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Tags: AmericaIranTrump

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025